Maligaon Accident:মালিগাঁৱৰ নীলাচল উৰণীয়া সেঁতুত ভয়ংকৰ পথ দুৰ্ঘটনা

accident ghy

Maligaon Accident:

মহানগৰীৰ মালিগাঁৱৰ উৰণীয়া সেঁতুত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ দ্ৰতবেগী পানী কঢ়িয়াই নিয়া টেংকাৰ এখনে নিয়ন্ত্ৰণ হেৰুৱাই সেঁতু খনৰ খুঁটা এটাত খুন্দা মাৰি পিছত ডিফাইডাৰত খুন্দা মাৰি বাগৰি পৰে টেংকাৰ খন ৷

উল্লেখ্য যে,পানী টেংকাৰ খন মালিগাঁওৰ ফালৰ পৰা আহি আছিল৷ দুৰ্ঘটনা সংঘটিত কৰিয়ে পলায়ন কৰে টেংকাৰ খনৰ চালকজন ৷ ইতিমধ্যে দুৰ্ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় ৷

Exit mobile version