Today Horoscope: দিনটোৰ ৰাশিফল
মেষ : পুৰণা বন্ধু লগ পোৱাৰ সম্ভৱনাৰ আছে। সন্তানৰ সাফল্যই মানসিক আনন্দ বৃদ্ধি কৰিব। প্ৰেমত চিন্তা।
বৃষ : বৃদ্ধ ব্যক্তিসকলে নিজৰ শৰীৰক লৈ যত্ন লওক। সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত আবেগ বৰ্জন কৰক। বিদ্যাৰ্থীৰ মাধ্যম।
মিথুন : উচ্চ শিক্ষাৰ বাধা আঁতৰিব। ব্যৱসায়ত মাধ্যম। ঘৰুৱাত ভাল ক’ব পৰা যায়। প্ৰেমত অশান্তি।
কর্কট : দিনটোত আর্থিক দিশত আয়-ব্যয় সমান। বিদ্যাত বাধা। দাম্পত্য আৰু প্ৰণয়নত মজলীয়া। শুভ ৰং হালধীয়া ।
সিংহ : বিদ্যার্থীসকলে প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ হ’ব লাগিব। চাকৰিয়াল ব্যক্তিৰ বদলিৰ সম্ভাৱনা।
কন্যা : চাকৰিয়ালসকলৰ দিনটো ভাল। ভ্ৰমণত কষ্ট দায়ক। নিবনুৱাৰ ভাল বুলি ক’ব পৰা যায়। প্ৰেমত মাধ্যম।
তুলা : বিদ্যার্থীসকলে প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ হ’ব পাৰে চাকৰিয়াল ব্যক্তিৰ বদলিৰ সম্ভাৱনা। প্ৰেমত অশান্তি।
বৃশ্চিক : প্ৰেম-প্ৰণয়নত আবেগ বৃদ্ধি। সন্তানৰ প্ৰতিভাৰ বিকাশ। আজি মাটিবাৰী ক্ৰয় কৰাৰ চিন্তা কৰিব পাৰে ।
ধনু : মাতৃৰ আৰোগ্য লাভ। নতুন আৰম্ভ কৰা কাৰোবাৰত যথেষ্ট গুৰুত্ব দিয়ক। দূৰ ভ্ৰমণ কৰিব পাৰে।
মকৰ : স্বাস্থ্যৰ ক্ষেত্ৰত ভাল দেখা নাযায়। বিদ্যাত সাফল্য লাভ। খৰচৰ মাত্ৰা কমিব।
কুম্ভ : কন্যা সন্তানৰ বিবাহৰ যোগ। আৰ্থিকত ভাল। ভ্রমণ নকৰা ভাল। প্ৰেমত মাধ্যম। পত্নী আৰু ভনীৰ সহায় লাভ কৰিব। বিয়াৰ যোগাযোগত বাধা ৷
মীন : উচ্চ শিক্ষাৰ বাধা। বন্ধুৰ সাহায্য লাভ। আইনী সমস্যা সমাধান হোৱাৰ যোগ। প্ৰেমত নতুন আশা। বিদ্যাৰ্থীৰ মাধ্যম ।