Paltan Bazar Hotel Seals:পল্টন বজাৰৰ মা কালী হোটেলত প্ৰশাসনৰ অভিযান,ছীল কৰিলে প্ৰশাসনে

সোমবাৰে নিশা খাদ্যত ওলাইছিল জেঠী

maa kali hotel raid

Paltan Bazar Hotel Seals:

ADVERTISEMENT

মহানগৰীৰ পল্টনবজাৰৰ মা কালী হোটেলত সোমবাৰে জিলা প্ৰশাসনে অভিযান চলায় ছীল কৰি দিয়ে।

উল্লেখ্য যে,সোমবাৰে নিশা হোটেল খনত এজন গ্ৰাহকৰ খাদ্য পোৱা গৈছিল জেঠী।ইয়াকে লৈ গ্ৰাহক আৰু হোটেল খনৰ কৰ্মচাৰীৰ মাজত চলে তীব্ৰ বাকবিতণ্ডা ৷

তাৰ পিছতে গ্ৰাহকজনে পল্টন বজাৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰাৰ লগতে প্ৰশাসনৰ দৃষ্টিগোচৰ কৰায় ৷ গ্ৰাহকজনৰ অভিযোগৰ ভিত্তিত বৃহস্পতিবাৰে হোটেলখলত দণ্ডাধীশসহ প্ৰশাসনৰ এটা দলৰ লগতে পৌৰ নিগমৰ লোকে উপস্থিত হৈ হোটেল খন ছীল কৰি দিয়ে ।

Exit mobile version