Today Horoscope: দিনটোৰ ৰাশিফল

horoscope

Today Horoscope: দিনটোৰ ৰাশিফল

মেষ : ঘৰত আলহী আগমনৰ ফলত মনটো আনন্দ আহবি। ব্যৱসায় বাণিজ্যত শুভ যদিও আর্থিক ক্ষেত্ৰত মাধ্যম।

ADVERTISEMENT

বৃষ : গধুৰ কাম-কাজৰ পৰা বিৰত থকাই ভাল, দুৰ্ঘটনা, ৰক্তপাত আদিৰ যোগ দৃষ্টি হয়, গতিকে যিকোনো ধৰণৰ ড্ৰাইভিং এৰাই চলাই ভাল হ’ব, শুভ ৰং বগা, সংখ্যা ২।

মিথুন : যোগ্যতা থকা সত্ত্বেও যোগ্যতাৰ সন্মান নাপাব, দেহ আৰু মনত দুর্বলতা প্রকাশ পাব, চলা-ফুৰাত সতক থাকিব।

কর্কট : নতুন কামৰ প্রতি আগ্রহ বৃদ্ধি পাব, আকস্মিক দুৰ্ঘটনাৰ যোগ, প্রেমত শুভ, শুভ ৰং বগা, সংখ্যা ৩।

সিংহ : এই ৰাশিৰ জাতক-জাতিকাই আজিৰ দিনটো শনি আৰু হনুমান মন্দিৰত ৰূপ-বক্তী প্ৰদানৰ কৰ্তব্য। যিকোনো যান-বাহনৰ পৰা সতৰ্ক থাকিব।

কন্যা : আজিৰ দিনটো আর্থিক লেন-দেন নকৰিব। বিদ্যাৰ্থীসকলৰ বাবে দিনটো শুভ, শুভ ৰং হালধীয়া, সংখ্যা ৫।

তুলা : শাৰীৰিক দিশত মাধ্যম ফল। কর্মস্থান চাকৰিৰ ক্ষেত্ৰত দিনটো শুভ। কথা-বতৰাত সাৱধান থাকিব, সফলতা লাভ কৰিব।

বৃশ্চিক : এই ৰাশিৰ জাতক-জাতিকাই শৰীৰ প্ৰতি সতক থাকিব। টকা-পইচাৰকাৰণে কৰ্মৰ ক্ষেত্ৰত বাধা, শুভ ৰং নীলা, শুভ সংখ্যা ৭।

ধনু : পাৰিবাৰীক সমস্যাৰ কাৰণে কৰ্ম আৰু আৰ্থিক ক্ষেত্ৰত বাধা, শৰীৰত আঘাত প্ৰাপ্তিৰ যোগ, জুইৰ পৰা সতর্ক থাকিব।

মকৰ : যোগ্যতা থকা সত্ত্বেও যোগ্যতাৰ সন্মান নাপাব, দেহ আৰু মনত দুর্বলতা প্রকাশ পাব। শুভ ৰং নীলা, শুভ সংখ্যা ৯।

কুম্ভ : এই ৰাশিৰ জাতক-জাতিকাই নতুন কামত হাত নিদিব, অশুভ ৰাহুৰ প্রভাৱত শৰীৰৰ নিম্নাংশ আঘাত পাব পাৰে। শুভ ৰং বগা, শুভ সংখ্যা ৭।

মীন : এই ৰাশিৰ বিদ্যাৰ্থীৰ সকলৰ বাবে দিনটো শুভ, ধূপ-বন্তীৰ লগতে ৰঙা ফুল দি হনুমান মন্দিৰত অপৰ্ণ কৰিব। শুভ ৰং হালধীয়া, শুভ সংখ্যা ১।

Exit mobile version