Case of Child Abuse:গুৱাহাটীত পুনৰ শিশু নিৰ্যাতনৰ ঘটনা

মহাবিদ্যালয়ৰ প্ৰবক্তাৰ বাসগৃহ অকথ্য নির্যাতন শিশুক

girl child rescued

Case of Child Abuse:

মহানগৰীত পুনৰ শিশু নিৰ্যাতনৰ জঘন্য ঘটনা ৷ কাহিলীপাৰাৰ ভগদত্তপুৰৰ Piya Exotica এপার্টমেণ্টৰ বাসিন্দা বি বৰুৱা মহাবিদ্যালয়ৰ প্ৰবক্তা ড:চাবিনা লাংথাছাৰ বাসগৃহত সংঘটিত এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় ৷

মহাবিদ্যালয় খনৰ প্ৰবক্তা গৰাকীৰ ঘৰত বনকৰা হিচাপে নিয়োজিত থকা দহ বছৰীয়া কন্যা শিশুক পাষবিক অত্যাচাৰ কৰাৰ গুৰুত্বৰ অভিযোগ উদ্থাপিত হয় ৷

বনকৰা কন্যা শিশুটিৰ ওপৰত অমানুষিক শাৰিৰীক নিৰ্যাতনৰ লগতে গাত লগোৱা হৈছিল গৰম ইস্ত্ৰি ৷

দৈনিক মাৰপিট কৰাৰ লগতে অনাহাৰে বান্ধি ৰাখি চলোৱা হৈছিল নির্যাতন ৷ এনেদৰে বিগত দুবছৰ দিন ধৰি অত্যাচাৰ চলাই আহিছিল অধ্যাপিকা গৰাকীয়ে ৷

ইতিমধ্যে কন্যা শিশুটিক প্ৰৱক্তা গৰাকীৰ ফ্লেটৰ পৰা উদ্ধাৰ কৰা হৈছে ৷ আনহাতে ভগদত্তপুৰ আৰক্ষীয়ে সোধপোছৰ বাবে প্ৰৱক্তা গৰাকীক তলৱ কৰিছে থানালৈ ৷

Exit mobile version