Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

    আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

    Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

    পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Sangita Dutta Case Update:ডাঃ সংগীতাই তোলনীয়া শিশুক কৰা অকথ্য নিৰ্যাতন ন ন তথ্য পোহৰলৈ

ইগৰাকীৰ পিছত সিগৰাকীকৈ পৰিছে আৰক্ষীৰ জালত, শিশু নিৰ্যাতনৰ ঘটনাত পুনৰ আটক এগৰাকী মহিলা, ডাঃ সংগীতাই ক্রয় কৰাৰ সময়ত তোলনীয়া শিশুদ্বয় নাছিল নৱজাতক, একে কাপোৰ পিন্ধাই যমজ সন্তান বুলি ২০১৯ত পৰিচয় দিছিল

publisher by publisher
May 15, 2023
in Assam, Crime, India, News
Reading Time: 3 mins read
0
Dr Sangita Dutta Case Update:মহানগৰীৰ ধৃত চিকিৎসক দম্পতীৰ ইটোৰ পিছত সিটো ক’লা অধ্যায় পোহৰলৈ 
4
SHARES
38
VIEWS
ShareShareShareShare

RelatedPosts

Guwahati Murder Case Update:মহানগৰীৰ বেলতলা বশিষ্ঠপুৰৰ পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু সন্দৰ্ভত উপ-আৰক্ষী আয়ুক্ত টাবুৰাম পেগুৰ মন্তব্য

Indo-Bangla Border:ভাৰত-বাংলাদেশ সীমান্তৰ চাহাদ গণত মহানগৰ আৰক্ষীৰ অভিযানত বৃহৎ চুৰি চক্ৰৰ ঘাটি উৎখাত

Cattle Seized in Khanapara:মহানগৰীৰ খানাপাৰাত আৰক্ষীৰ জালত গো-ভর্তি বাহন

Sangita Dutta Case Update:

ভদ্ৰতাৰ মুখা পিন্ধি দুই শিশুক অকথ্য নির্যাতন চলাই সম্প্ৰতি ৰঙাঘৰৰ আলহী হোৱা মহানগৰীৰ চিকিৎসক দম্পতীয়ে শিশুদ্বয়ক ধনৰ বিনিময়ত ক্ৰয় কৰাৰ তথ্য ইতিমধ্যে আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে ।

ADVERTISEMENT

যি সময়ত ডাঃ সংগীতা দত্তই দুই শিশুক ক্ৰয় কৰিছিল, সেই সময়ত শিশুদ্বয় নৱজাতক নাছিল বুলি অভিযোগ উঠিছে। দুই শিশুক একে পোছাক পিন্ধাই তেওঁলোকৰ যমজ সন্তান বুলি চিনাকি দি ২০১৯ৰ ডিচেম্বৰত শিশুদ্বয়ক সমাজৰ আগত চিকিৎসক দম্পতীয়ে ৰাজহুৱা কৰিছিল।

সেই সময়ত শিশুদ্বয় প্রায় আঠ-নমহীয়া আছিল। ইয়াৰ পাছতে চিকিৎসক দম্পতীয়ে শিশুদ্বয়ৰ প্ৰথম জন্মদিনো আয়োজন কৰিছিল। উল্লেখ্য যে ভুক্তভোগী কন্যা শিশুটিৰ জন্মদাত্ৰীৰ পৰিচয়মাতৃৰ সন্দৰ্ভত আৰক্ষীয়ে কিছু তথ্য লাভ কৰিছে।

ল’ৰা শিশুটো ৫০ হেজাৰ টকাৰ বিনিময়ত ক্ৰয় কৰাৰ কথা ধৃতই স্বীকাৰ কৰিছে যদিও এই সমগ্ৰ ঘটনাত এতিয়াও বহু দিশ পোহৰলৈ আহিবলৈ বাকী আছে বুলি তদন্তকাৰী আৰক্ষীয়ে সদৰী কৰিছে। ঘটনাৰ সন্দৰ্ভত ধৃত চিকিৎসক দম্পতীৰ লগত উৎপলাক মুখামুখিকৈ আৰক্ষীয়ে মাৰাথন জেৰা অব্যাহত ৰাখিছে যদিও দুয়ো পক্ষই স্বীকাৰ কৰা ভাষাত আৰক্ষীয়ে অমিল পাইছে।
উল্লেখ্য যে যোৱা পাঁচ মে’ত ৰিহাবাৰীস্থিত ৰ’মা এনক্লেভ চিকিৎসক দম্পতীৰ বাসগৃহৰ ছাদৰ পৰা চাৰে তিনিবছৰীয়া কন্যা শিশুক প্ৰখৰ ৰ’দত বান্ধি থোৱা অৱস্থাত পল্টনবজাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছতেই এই সমগ্র ঘটনা পোহৰলৈ আহিছিল।

শিশুদ্বয়ৰ ওপৰত যৌন নির্যাতন চলোৱা তথ্য স্বাস্থ্য পৰীক্ষাৰ প্ৰতিবেদনত পোহৰলৈ অহাৰ পাছতে পক্স আৰু শিশু ন্যায় আইনৰ অধীনত ১৯৩/২০২৩ আৰু ২০১/২০২৩ নম্বৰত দুটাকৈ গোচৰ ৰুজু কৰি আৰক্ষীয়ে ডাঃ বলিউল ইছলাম, বনকৰা মহিলা লক্ষী ৰয়, ডাঃ সংগীতা দত্ত, বনকৰা যুৱতী কাবাইক গ্ৰেপ্তাৰ কৰাৰ পাছতো শিশুদ্বয়ক যোগান ধৰাৰ অভিযোগত শেহতীয়াকৈ উৎপলা বসুক গ্ৰেপ্তাৰ কৰিছিল।

বসুক গ্ৰেপ্তাৰ কৰাৰ পাছতেই শিশু সৰবৰাহ আৰু বিক্ৰীৰ আন এক দিশ পোহৰলৈ আহে আৰু সম্প্ৰতি এই দিশত অধিক গুৰুত্ব দি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷

স্মতৰ্ৱ্য যে,নিতৌ নতুন মোৰ চিকিৎসক দম্পতীৰ শিশু নির্যাতন ঘটনাৰ। আটকাধীন আশাকৰ্মীৰ স্বীকাৰোক্তিৰ ভিত্তিত দেওবাৰে নিশা ভাগত মহানগৰ আৰক্ষীয় বৰপেটাৰ পৰা আটক কৰে আন এগৰাকী মহিলা গৰাকীক ।

উল্লেখ্য যে,ধনৰ বিনিময়ত শিশু যোগান ধৰিছিল ডাঃ সংগীতাৰ মুখ্য সহায়কাৰী উৎপলা বসুৱে। আনহাতে আজি অন্ত পৰিব ডাঃ ৱালিউল ইছলামৰ জিম্মাৰ ম্যাদ ।

আজি পুনৰ আদালতত হাজিৰ কৰাব ৱালিউল ইছলামক। পাঁচদিনৰ আৰক্ষীৰ জিম্মাত আছিল ৱালিউল ইছলাম। ইতিমধ্যে এই ঘটনা সন্দৰ্ভত আজিলৈ আৰক্ষী জালত পৰিছে আঠ গৰাকীকৈ লোক। আঠগৰাকীৰ ভিতৰতে গ্ৰেপ্তাৰ হৈছে চিকিৎসক সংগীতা দত্ত, ৱালিউল ইছলাম, বন কৰা কৰ্মী লক্ষী ৰায়, কাবাই লগতে সংগীতাৰ ব্যক্তিগত সহায়িকা উৎপলা বসু আৰু মহানগৰীৰ দুই আশাকৰ্মী।

গ্ৰেপ্তাৰ হোৱা লোক কেইজনৰ বিৰুদ্ধে ৩০৭/৩২৫/৩৪১/৩৪ ৰত লগাইছে ধাৰা। ইয়াৰোপৰি লগাইছে পক্স’এক্ট ১৯/২০ ধাৰা ৷উল্লেখযোগ্য এই আইন অনুসৰি অভিযুক্তৰ হ’ব পাৰে বিশবছৰ পৰ্যন্ত কাৰাবৰণ ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Dr.Sangita Dutta CaseEight Accused ArrestGuwahati Police
publisher

publisher

Related Posts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ
Assam

September 29, 2026
আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী
International

আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

September 29, 2026
Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !
Assam

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

September 29, 2026
পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি
Assam

পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

September 29, 2026
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু
Assam

নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

September 29, 2026
সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী
Entertainment

সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

September 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d