Deadbody Recovered In Adabari :মহানগৰীৰ পিতনিত মৃতদেহ !

deadbody

Deadbody Recovered In Adabari :

মহানগৰীৰ পিতনিত উদ্ধাৰ অচিনাক্ত মৃতদেহ ৷ আদাবাৰীৰ জয়মতী নগৰৰ পিতনিৰ মাজত উদ্ধাৰ হয় মৃতদেহটো ৷

মৃতদেহটো এজন যুৱকৰ ৷ যুৱকজনৰ পিন্ধনত জিনছ আৰু ক’লা টিছাৰ্ট ৷ এই পৰ্যন্ত পৰিচয় জানিব পৰা নাই মৃত যুৱকজনৰ ৷

স্থানীয় লোকে পিতনিত  অচিন যুৱকৰ মৃতদেহ প্ৰত্যক্ষ কৰি লগে লগে খবৰ দিয়ে আৰক্ষীক ৷

পাছত আৰক্ষীয়ে মৃতদেহটো মৰনোত্তৰ পৰীক্ষাৰ বাবে জিএম চি এইছলৈ পঠিয়াই আৰম্ভ কৰিছে তদন্ত ৷ এই পৰ্যন্ত চিনাক্ত নোহোৱা মৃতদেহটো আৰক্ষীয়ে নিয়ম অনুসৰি মৰ্গত ৰখাৰ ব্যৱস্থা কৰিছে ৷

উল্লেখ্য যে,নিশা হ’লেও এই পিতনিৰ পাৰত সমবেত হয় ড্ৰাগছ আসক্ত যুৱকৰ ৷ সন্দেহ কৰা মতে মৃতদেহটো কোনো ড্ৰাগছ আসক্তৰ

 

Exit mobile version