Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

khanapara Suicide:পুৱাই মহানগৰীৰ খানাপাৰাত উদ্ধাৰ অচিনাক্ত মৃতদেহ

এজোপা গছত ওলমি থকা মৃতদেহটো টেট শিক্ষক প্ৰণৱ মিলিৰ বুলি চিনাক্ত

publisher by publisher
August 11, 2023
in India, Assam, News
Reading Time: 2 mins read
0
khanapara Suicide:পুৱাই মহানগৰীৰ খানাপাৰাত উদ্ধাৰ অচিনাক্ত মৃতদেহ
2
SHARES
20
VIEWS
ShareShareShareShare

khanapara Suicide:

মহানগৰীৰ খানাপাৰত শুক্ৰবাৰে পুৱাই উদ্ধাৰ হয় এটি মৃতদেহ। এজোপা গছত ওলমি থকা মৃতদেহটো টেট শিক্ষক প্ৰণৱ মিলিৰ বুলি চিনাক্ত হৈছে। মিলিৰ পকেটত উদ্ধাৰ হয় এখন ছুইচাইড নোট ৷

ADVERTISEMENT

টেট শিক্ষক গৰাকীয়ে শিক্ষকতা কৰে ধুবুৰী জিলাৰ মানকাচাৰত ৷ ঘটনাৰ খবৰ পোৱাৰ পাছত আৰক্ষী উপস্থিত হৈ দণ্ডাধীশৰ উপস্থিতিত মৃতদেহ গছৰ পৰা নমাই আৰম্ভ কৰে তদন্ত ৷ আৰক্ষীয়ে মৃত টেট শিক্ষক গৰাকীৰ পকেটৰ পৰা উদ্ধাৰ কৰা চুইচাইড নোট অনুসৰি আত্মহত্যা বুলি সন্দেহ কৰে ৷

RelatedPosts

khanapara:খানাপাৰা খেলপথাৰত জন আক্রোশ মহিলা সমদল

Khanapara:মহানগৰীৰ খানাপাৰাত ফ্লায়িং স্কোৱাডৰ অভিযানত জব্দ ছয় লক্ষাধিক টকা

Drugs Seized in Khanapara:মহানগৰীৰ খানাপাৰাত বশিষ্ঠ আৰক্ষীৰ অভিযানত জব্দো৬ কোটিৰ ড্ৰাগছ,৪ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

আনহাতে চুইচাইড নোটত উল্লেখ কৰা অনুসৰি তেওঁ দৰমহা টকা কম বাবে ভালদৰে চলিব নোৱাৰে৷ আনহাতে ল’ৰা- ছোৱালী মাকৰ লগত থকাৰ বিপৰীতে তেওঁ কৰ্মসূত্ৰে থাকিব লগীয়া হয় দূৰত ৷ ল’ৰাটো সৰু হৈ আছে ৷ এছ বি আইতো লোন আছে ৷
সেয়েহে চলিব নোৱাৰি চৰম সিদ্ধান্ত বাচি ল’লো ৷

sucide noteমোৰ মৃত্যুয়ে যাতে সিহতৰ জীৱনত ক্ষতি নকৰে মাননীয় মুখ্যমন্ত্ৰী, প্ৰশাসনক খাতিৰ কৰিলো। যিহেতু ১৫ টা বছৰ চাকৰিকাল আছে । মোৰ পৰিবাৰৰ নামত অনতিপলমে অফিচৰ কাম-কাজ কৰি দিবৰ বাবে প্ৰাৰ্থনা জনালো। শান্তি পাব মোৰ আত্মাই”।

টেট শিক্ষক গৰাকীয়ে এছ বি আইত থকা ঋণৰ বোজা সহিব নোৱাৰি এই সিদ্ধান্ত লয় ৷ আৰক্ষীয়ে মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে জি এম চি এইছলৈ প্ৰেৰণ কৰে ৷

আনহাতে ঘটনাস্থলীত টেট শিক্ষক গৰাকীৰ পত্নী আৰু আত্মীয় উপস্থিত হৈ আৰক্ষীক অৱগত কৰে যে এইয়া আত্মহত্যা নহয় ৷ এক পৰিকল্পিত হত্যাকাণ্ড ৷

বৃহস্পতিবাৰে নিশা শিক্ষক গৰাকীক ধুবুৰীৰ কৰ্মস্থানলৈ যাবৰ বাবে খানাপাৰাত নৈশ বাছত উঠাই থৈ আহিছিল। এনেক্ষেত্ৰত আজি পুৱা ৰহস্যজনক ভাবে এজোপা গছত ওলমি থকা ঘটনাটোক সহজভাৱে মানি ল’ব পৰা নাই মিলিৰ পত্নী আৰু পৰিয়ালৰ লোকে ৷
ইতিমধ্যে আৰক্ষীয়ে এই সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: KhanaparaTET Teacher Suicide
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d