Guwahati- North Guwahati Ferry Service Cancelled due to Rain:বৰষুণৰ বাবে বাতিল গুৱাহাটী – উত্তৰ গুৱাহাটীৰ ফেৰী সেৱা !

ferry service

Guwahati- North Guwahati Ferry Service Cancelled due to Rain:

গুৱাহাটী – উত্তৰ গুৱাহাটীৰ ফেৰী সেৱা বাতিল ৷ ধুমুহা ,বৰষুণৰ বাবে ফেৰী সেৱা বাতিল কৰে আভান্তৰিন জল পৰিবহণ বিভাগে ৷

উল্লেখ্য যে,দুপৰীয়া হঠাতে অহা ধুমুহা আৰু ধাৰাষাৰ বৃষ্টিপাতৰ ফলত ভাঙিছিল ফেৰীঘাটৰ তিনিটা সাকোঁ।

ফেৰীঘাটত আবদ্ধ শতাধিক যাত্ৰীৰ মাজত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয় ৷

Exit mobile version