Norwegian writer-playwright Olav Fosse is awarded the Nobel Prize in Literature:নৰৱেৰ লেখক-নাট্যকাৰ জন ফঁছিলৈ সাহিত্যৰ ন’বেল বঁটা

nobel 1

Norwegian writer-playwright John Olav Fosse is awarded the Nobel Prize in Literature:

নৰৱেৰ লেখক-নাট্যকাৰ জন ফঁছিলৈ সাহিত্যৰ ন’বেল বঁটা । জন ওলাভ ফঁছি নৰৱেৰ এজন প্ৰখ্যাত লেখক আৰু নাট্যকাৰ।

২০২৩ বৰ্ষৰ বাবে অভিনৱ নাটক আৰু গদ্যৰ বাবে সাহিত্যৰ নবেল বঁটা প্ৰদান কৰা হৈছে ৷ নাট্যকাৰ হেনৰিক ইবচেনৰ পিছত তেওঁ আটাইতকৈ বেছি প্ৰদৰ্শিত নৰৱেৰ নাট্যকাৰ।

লেখক-নাট্যকাৰ জন ফঁছিৰ জীৱনপঞ্জী:

জন্ম:২৯ ছেপ্টেম্বৰ ১৯৫৯ (বয়স ৬৪)
হাউগেচুণ্ড, ৰোগালেণ্ড, নৰৱে

জীৱিকা:
নাট্যকাৰ, লেখক

ৰাষ্ট্ৰীয়তা:নৰৱেজিয়ান
আলমা মেটাৰ

শিক্ষা:বাৰ্গেন বিশ্ববিদ্যালয়

উল্লেখযোগ্য বঁটা:সাহিত্যৰ নবেল বঁটা (২০২৩)

Exit mobile version