Cattan University Student Union Body Result:কটন বিশ্ববিদ্যালয় চৌহদত আনন্দমুখৰ পৰিৱেশ

ঘোষণা হ'ল ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ফলাফল

c.university

Cattan University Student Union Body Result:

ঐতিহ্যমণ্ডিত কটন বিশ্ববিদ্যালয় চৌহদত বৃহস্পতিবাৰে উখল মাখল পৰিবেশ ৷ ঘোষণা হ’ল ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ফলাফল

সেই অনুসৰি সভাপতি পদত জয়ী হিমাংশু কুমাৰ দাস ৷ উপ-সভাপতি পদত অক্ষয়িতা দাস,সাধাৰণ সম্পাদক পদত জাভেদ আখতাৰ জয়ী হোৱাৰ বিপৰীতে
সহকাৰী সাধাৰণ সম্পাদক পদত গার্গী শৰ্মা,লঘু ক্রীড়াত মাপানি লামগুৰ, ছাত্ৰী জিৰণি-কোঠাত সৃষ্টি শাণ্ডিল্য, ছাত্ৰ জিৰণি-কোঠাত মমজে আলী , কটনিয়ান আলোচনী সম্পাদক পদত শৃঞ্জনা শর্মা , ক্ৰিকেটৰ সম্পাদক পদত কৰণ শৰ্মা আৰু তর্ক সম্পাদক পদত অংকিতা দাস জয়ী হয় ৷

Exit mobile version