Today Horoscope: দিনটোৰ ৰাশিফল

horoscope new

Today Horoscope: দিনটোৰ ৰাশিফল

মেষ : শুভ কাম সম্পন্ন হ’ব, পিছবেলা ভ্রমণ কৰিব; ৰঙা বস্তু দাম কৰক, ব্যয়বৃদ্ধি, শৰীৰ মাধ্যম। শুভ ৰং বগা, শুভ সংখ্যা ৯।

বৃষ : কর্মচিন্তা উন্নত, মূল্যবান সম্পদ লাভ। বিদ্যাত শুভ, ভ্ৰমণৰ যুগ, শুভ ৰং সোণালী। শুভ সংখ্যা-৩।

মিথুন : বিদ্যাত শুভ। বন্ধুৰ পৰা উৎসাহ পাব, অর্থ নাশ, সামাজিক কামত ব্যস্ততা বৃদ্ধি, শুভ সোণালী ৰং। শুভ সংখ্যা ৮।

কর্কট : পৰিশ্ৰম উপযুক্ত মর্যাদা পাব, বন্ধুবৰ্গৰ পৰা সাৱধান হওক, শৰীৰ কিছু যত্ন লওক। নতুন কর্ম সংস্থাপন, শুভ ৰং নীলা। শুভ সংখ্যা ৫।

সিংহঃ ভ্রমণত বাধা, আশাবাদী মন। কর্মত উন্নতি, ভ্ৰমণত সতর্ক হওক আৰ্থিক শুভ। শুভ ৰং পাতল নীলা। শুভ সংখ্যা ৭।

কন্যা : কৰ্মত উন্নত, বিদ্যা বুদ্ধিত শুভ। পূব দিশৰ পৰা ভ্ৰমণ কৰক, খৰচ বৃদ্ধি, শুভ সংবাদ আনন্দিত কৰিব, শুভ ৰং বগা। শুভ সংখ্যা ৪।

তুলা : কর্মযোগ্যতা বৃদ্ধি, বিদ্যা বুদ্ধিৰ উন্নতি, সন্মান বৃদ্ধি, গোপন শত্রু বৃদ্ধি, খৰচ বৃদ্ধি, শুভ ৰং মেৰুণ, শুভ সংখ্যা ৯।

বৃশ্চিক : মানসিক শান্তি বজাই ৰাখক, সন্মান বৃদ্ধি, ভ্ৰমণত মাধ্যম, নতুন কর্মসংস্থাপন, শিৱ মন্ত্ৰ স্মৰণ কৰক, শুভ ৰং পাতল গোলপী। শুভ সংখ্যা ১।

ধনু : পাৰিবাৰীক শান্তি, অর্থ লাভ, ভ্ৰমণত মাধ্যম, দুষ্ট লোকৰ পৰা সাৱধান চলক, তুলসীৰ গুড়িত পানী দিয়ক। শুভ ৰং নীলা। শুভ সংখ্যা ৪।

মকৰ : সামাজিক দিশত নিষ্ঠা আৰু সততা বৃদ্ধি, ধৈৰ্যৰ প্ৰয়োজন, শিল্পী সাহিত্যিকৰ সন্মান বৃদ্ধি, কৰ্মত মাধ্যম, শুভ ৰং ৰঙাা। শুভ সংখ্যা ৫।

কুম্ভ : কর্মত উন্নতি, সন্তানক লৈ চিন্তা বৃদ্ধি, আয় বৃদ্ধি, পৰিৱেশ অনুকূল, ভ্ৰমণত শুভ। শুভ ৰং আকাশী নীলা। শুভ সংখ্যা ৪।

মীন : আয়-ব্যয় সমতা ৰক্ষা কৰক। সন্মান বৃদ্ধি, যান-বাহন ক্রয় কৰিব পাৰিব, কৰ্ম উন্নতি যোগ। শুভ ৰং সোণালী । শুভ সংখ্যা ৫।

Exit mobile version