Heroin Seized With Two Paddlar Arrested:মহানগৰীৰ বেলতলাত এছ টিএফৰ অভিযানত জব্দ হেৰ’ইন

আটক দুই সৰবৰাহকাৰী

heroin seized 1

Heroin Seized With Two Paddlar Arrested:

ড্ৰাগছৰ বিৰুদ্ধে অভিযান তীব্ৰ কৰি তুলিছে এছ টি এফ ৷ এই অভিযানৰ মাজতে ভগদত্তপুৰত ৬৪.৫ গ্রাম হেৰ’ইন সহ দুই ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় এছ টিএফ ৷

আটকাধীন সৰবৰাহকাৰী দুটাৰ নাম জয়নাল আলী আৰু আকাশ আলী৷ ধৃত সৰবৰাহকাৰী দুটাৰ পৰা নগদ বাৰ হেজাৰ টকা,ছয়টা ম’বাইল আৰু এখন পালছাৰ বাহনো জব্দ কৰে আৰক্ষীয়ে ৷

Exit mobile version