horoscope new 1

Today Horoscope: দিনটোৰ ৰাশিফল

মেষ : (গৱেষকসকল কর্মত নতুন উৎসাহ পায়।) কোনো সংবাদত মন ঠিক নাথাকিব পাৰে। কর্মস্থানত সহকৰ্মীৰ কামৰ ওপৰত গুৰুত্ব দিয়ক । প্ৰেমত শুভ।

বৃষ : ধনপ্রাপ্তিৰ সম্ভাৱনা আছে। আনৰ কথাত মন বেয়া নকৰি স্বকৰ্মত মন দিয়ক। ব্যৱসায়ীসকল লেন-দেনত বাধা প্রাপ্ত হ’ব। শৰীৰৰ প্ৰতি নজৰ দিয়ক।

মিথুন : সামগ্রীকভাৱে দিনটো ভালেৰেই পাৰ হ’ব। কৰ্মক্ষেত্ৰত নিজৰ উদ্দেশ্য সাধনৰ চেষ্টা কৰক। নিবনুৱাৰ বাবে দিনটো শুভ বুলি ক’ব পাৰি।

কর্কট : আনৰ ওপৰত নিৰ্ভৰ নকৰিব, হোৱা কামখিনি নহ’বও পাৰে। নতুনকৈ কোনো কামৰ সন্ধান পাব। ঘৰুৱা দায়িত্ব পালনত অর্থ ব্যয় হ’ব পাৰে ৷

সিংহ : নানা, আহুকালৰ মাজেদি দিনটো পাৰ হ’ব পাৰে সাৱধানে থাকক। কর্মস্থানত নতুন দায়িত্ব পৰিব। দাম্পত্যত জেদভাব ত্যাগ কৰক। ভ্ৰমণৰ বাবে যো-জা ।

কন্যা : আৰ্থিকত খৰচ বৃদ্ধি পালেও যি প্ৰয়োজনীয় কাৰণ হ’ব পাৰে। কেন্দ্ৰ বিশেষে অর্থ লাভৰ আশাও কৰিব পাৰে। পাৰিপাৰ্শ্বিকত বিশেষ বাধা নাপাব। মাতৃৰ শৰীৰ ঠিকেই থাকিব।

তুলা : দিনটো আপোনাৰ মোটামুতি ভালেই যাব। আর্থিকত প্রাপ্যধন পোৱাৰ আশা কৰিব পাৰে। ব্যৱসায়ত আইনগত বাধা আহিব। ভ্ৰমণত দ্রব্য লাভৰ কাকতা।

বৃশ্চিক : সামূহিক দৃষ্টিত খুব উন্নত দেখা নাযায়। বিদ্যাত অনুকূল সন্তানৰ সুসংবাদ পাব। ঘৰুৱাত বেছি একো নাই। ব্যৱসায়ীসকলৰ আৰ্থিক সমস্যাৰ সমাধান হ’ব।

ধনু : যোগ্যতা সম্পন্ন ব্যক্তিয়ে নিজৰ প্ৰায়বোৰ কৰ্মত সুচল অনুভৱ কৰিব পাৰে। ভাই-ভনীৰ পৰা আনন্দ পাব। আর্থিকত বিশেষ বাধা নাপাব। দাম্পত্যত চিন্তা।

মকৰ : মান সন্মানৰ ক্ষেত্ৰত উৎসাহ পাব। পূৰ্বৰ তুলনাত মনৰ কঠোৰতা হ্ৰাস পাব নতুন কর্ম সন্ধানৰ সম্ভাৱনা বিদ্যাত শুভ। হঠাৎ আনন্দৰ কৰক।

কুম্ভ : সামান্য উন্নত হ’লেও দুই-এটা ক্লেশদায়ক কথাই মন গধুৰ কৰিব পাৰে।কিন্তু সতর্ক থাকিলে বহুতো হ্ৰাস পাব। ঘৰুৱা পৰিৱেশ মজলীয়া।

মীন : অস্থিৰতা বৰ্জন কৰক। চেষ্টা কৰক। যান-বাহনৰ পৰা সাৱধান, আকস্মিক অগ্ৰিত প্ৰাপ্তিৰ সম্ভাৱনা। ব্যৱসায়ীসকলে সফলতা পাব।

Exit mobile version