Heroin Seized In Silapathar:চিলাপথাৰত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত জব্দ হেৰ’ইন,জব্দ ১ লাখ ৭ হাজাৰ টকা

অভিযানত আটক সৰবৰাহকাৰী

heroin seized

Heroin Seized In Silapathar:

ড্ৰাগছৰ বিৰুদ্ধে ৰাজ্যৰ ঠায়ে ঠায়ে আৰক্ষীয়ে অভিযান অব্যাহত থকাৰ মাজতে চিলাপথাৰৰ ছ’চাইটি গাঁৱত আৰক্ষীয়ে গোপন সূত্ৰৰ পম খদি অৰ্তকিতে অভিযান চলাই জব্দ কৰে নিষিদ্ধ হেৰ’ইন

পংকজ পাইত নামৰ লোকজনে নিজৰ বাসগৃহ ১৮ টা চাবোনৰ বাকচত লুকুৱাই ৰাখিছিল ২৪৯ গ্রাম হেৰ’ইন ৷ আৰক্ষীয়ে হেৰ’ইন ,নগদ ১ লাখ ৭ হাজাৰ টকা আৰু ড্ৰাগছ সৰবৰাহকাৰী পংকজ পাইতক আটক কৰে ৷

Exit mobile version