Today Horoscope: দিনটোৰ ৰাশিফল

horoscope new 1

Today Horoscope: দিনটোৰ ৰাশিফল

মেষ : সামাজিক সংযোগত কিছু উন্নতি ফল। বিদ্যাত মধ্যম। শৰীৰ সম্পৰ্কে সাধাৰণ চিন্তা থাকিব। আগন্তুকৰ বাবে উৎকণ্ঠা তথা উৎসাহ। শুভ ৰং নীলা বা বগা, শুভ সংখ্যা ২।

বৃষ : কর্মস্থানত বিশেষ জটিলতা দেখা নাযায়। আর্থিকত বিশেষ সমস্যা নহ’লেও খৰচ বোধ কৰাটো টান হ’ব। ব্যৱসায়ত ব্যস্ততা থাকিব। শুভ ৰং বগা, শুভ সংখ্যা ৩।

মিথুন : কিছু উদ্বিগ্নতা। দুটাৰ পাছত ধীৰে ধীৰে উন্নত। প্রিয় বন্ধু-বান্ধৱৰ সংগত সুখ। বিদ্যাতো মধ্যম। শৰীৰ সম্পৰ্কীয় ভাবনা থাকিব। শুভ ৰং গুলপীয়া, শুভ সংখ্যা ৫।

কর্কট : আর্থিক সম্পৰ্কীয় কোন সমস্যাৰ হয়তো কিবা সিদ্ধান্ত হ’ব পাৰে। ব্যৱসায়িক উন্নতিৰ কাৰণে কর্মস্থানত ব্যস্ততাৰ সুফল। পাৰিবাৰিক অস্থিৰতা থাকিব। শুভ ৰং ক’লা, শুভ সংখ্যা ২।

সিংহ : শাৰীৰিক আৰু মানসিক উদ্বেগ এৰাব পৰা টান হ’ব। উৎপাদিত সমাগ্রীৰ কিছু লোকচান। নিবনুৱাৰ আশাপূর্ণ সংযোগ। শুভ ৰং কমলা বা ৰঙা, শুভ সংখ্যা ৭।

কন্যা : কৰ্মস্থানত আপোনাৰ যোগ্যতা প্রতিপন্ন হ’ব। কোন চেষ্টাকাৰীয়ে নতুন সংস্থাপনৰ বাবে আশা কৰিব পাৰে। ঘৰুৱাত বিশেষ সমস্যা নাই। শুভ ৰং কমলা, শুভ সংখ্যা ৫।

তুলা : শৰীৰ তথা মানসিক উদ্বেগ আদিত ভুগিব পাৰে। ভাই-ভনীৰ বাবে দুশ্চিতা আঁতৰিব। কর্মস্থানত উদ্বেগ সাফল্য থাকিব। শুভ ৰং পাতল সেউজীয়া, শুভ সংখ্যা ৪।

ধনু : কোন আবেগ সংকুল কথাত যাতে মন বিমৰ্ষিত হ’ব নালাগে সাৱধান হওক। স্ব-ব্যৱসায় আদি নিৰাশ হ’ব নালাগিব। শুভ ৰং গোলপীয়া, শুভ সংখ্যা ৭।

মকৰ : কর্মস্থানত নিজৰ মতবাদৰ ওপৰত প্ৰাধান্য দিয়ক। আনৰ ওপৰত বেছি নিৰ্ভৰ নকৰিব। মামলা-মোকদমাত জড়িত হ’ব পাৰে। শুভ ৰং পাতল সেউজীয়া, শুভ ৰং সংখ্যা ৪।

কুম্ভ : আৰ্থিক উন্নতিৰ বাবে পথ মুকলি হ’ব পাৰে। শিল্পকলা, চিত্রকলা আদিত দক্ষতা দেখুৱাব পাৰিব। বিদ্যালাভ কর্মযোগ তথা আর্থিক ক্ষেত্ৰত শুভ। শুভ ৰং ক্রীম, শুভ সংখ্যা ৯।

মীন : আজিৰ দিনটো দুই-এটা নিদাকন সংযোগ বা সমস্যাৰ উন্নতি দেখিব। কিছুমান নিশ্চিত ফলৰ আশাত নিজে মন কৰা আঁচনিত খ্যাতি লাভ কৰিব। শুভ ৰং বগা, শুভ সংখ্যা ৫।

Exit mobile version