Violate The Traffic Rules In Guwahati:পূজাৰ পাঁচদিনত মহানগৰীত যান-বাহন আইন উলংঘা

মহানগৰবাসীৰ পৰা জৰিমনা হিচাপে সংগ্ৰহ ৮০ লাখ টকা, আই টি এম এছৰ চিচিটিভিত ধৰা পৰে নিয়ম উলংঘা কৰা কে'বা শতাধিক যান-বাহন

guwahati trafic itmscctv

Violate The Traffic Rules In Guwahati:

মহানগৰীত পূজাৰ সময়ত ব্যাপক হাৰত উলংঘা হৈছিল যান- বাহন আইন ৷ স্বয়ংক্ৰিয় ট্ৰেফিক পইন্টত সংযোজিত আই টি এম এছৰ চিচিটিভিত ধৰা পৰে আইন উলংঘা কৰা কে’বা শতাধিক যান-বাহন ৷

উল্লেখ্য যে,ৰঙা লাইটৰ অনুসৰণ নকৰা,ছিট বেল্ট আৰু হেলমেট নিপিন্ধা লোকক ইতিমধ্যে জৰিমনা বিহিছে গুৱাহাটী যান- বাহন আৰক্ষীয়ে ৷

পূজাৰ পাঁচদিনত জৰিমনা হিচাপে যান- বাহন আৰক্ষীয়ে সংগ্ৰহ কৰি ৮০ লক্ষাধিক টকা ৷

Exit mobile version