Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি

    নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান

    বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে

    ‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী

    ১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম

    ডিগবৈ লক্ষীপথাৰত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News National

Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

মেঘালয়ত স্বামীক হত্যা কৰাৰ পিছত কাৰাবন্দী হৈ আছে শ্বিলং কাৰাগাৰত, মুকলি আকাশৰ তললৈ আহিলেও শ্বিলং এৰিব নোৱাৰিব সোনম ৰঘুবংশীয়ে

publisher by publisher
April 28, 2026
in National, News
Reading Time: 1 min read
0
Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
1
SHARES
10
VIEWS
ShareShareShareShare

RelatedPosts

Meghalaya Fire:শিলচৰ-শ্বিলং সংযোগী মেঘালয়ৰ ৬নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ ঘটনা

Meghalaya:কয়লা খনিৰ পুনৰ বৈধতা প্ৰদানৰ চৰ্তত বিজেপিলৈ ইউডিপিৰ আঠ বিধায়ক

Death penalty for rape and murder of children:চাৰি বছৰীয়া কন্যা শিশুৰ ধৰ্ষণ-হত্যাৰ অপৰাধীক মৃত্যুদণ্ড

Sonam Raghuvanshi’s bail:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-ইন্দোৰ হানীমুন মাৰ্ডাৰ কেচৰ মূল অভিযুক্ত সোণম ৰঘুবংশীৰ জামিন। আৰক্ষীৰ সূত্ৰ অনুসৰি আদালতে জামিন মঞ্জুৰ কৰিছে যদিও এতিয়াও বিতং জামিন আদেশ জাৰি কৰা হোৱা নাই। কেৱল সোণমেহে জামিন আৱেদন দাখিল কৰিছে৷আনহাতে আন অভিযুক্তই এতিয়াও জামিন আৱেদন দাখিল কৰা নাই। পূৱ খাছি পাহাৰ জিলাৰ সত্ৰ চেছন ন্যায়াধীশ আদালতে সোণম ৰঘুবংশীৰ জামিন মঞ্জুৰ কৰে । জামিন পালেও শ্বিলং এৰি যাব নোৱাৰিব সোনম প্রতিদিনে থানাত দিব লাগিব হাজিৰা৷সোনমৰ প্ৰেমিক ৰাজ কুশুৱাহাসহ বাকী অভিযুক্ত এতিয়াও বন্দী হৈ আছে শ্বিলং কাৰাগাৰত ৷

ADVERTISEMENT

উল্লেখ্য যে জামিন আৱেদনত সোনমে আদালতক কয় যে, তদন্তত তেওঁ সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছে আৰু আগলৈও সহযোগিতা আগবঢ়াই যাব । একেদৰে প্ৰায় ১০ মাহ ধৰি জেলত আছে আৰু সেয়েহে জামিনৰ পৰা বঞ্চিত কৰা উচিত নহয়। সূত্ৰ অনুসৰি তেওঁৰ পিতৃ আৰু খুলশালীয়েকে জামিন বণ্ড দাখিল কৰিবলৈ শ্বিলঙত উপস্থিত হৈছে আৰু মঙলবাৰে সন্ধিয়া মুকলি কৰি দিয়াৰ সম্ভাৱনা আছে।

উল্লেখ্য য়ে দেশ কপাই যোৱা লোমহৰ্ষক হত্যাকাণ্ডৰ এই গোচৰটো দেশৰ ভিতৰতে চৰ্চিত হত্যাকাণ্ড হিচাপে বিবেচিত হৈছিল ৷ আৰক্ষীৰ মতে, ৰাজা ৰঘুবংশী আৰু তেওঁৰ পত্নী সোণম ২১ মে’ত হানিমুনৰ বাবে শিলচৰত উপস্থিত হৈছিল। তাৰ পৰা ২৬ মে’ত সোহৰালৈ গৈছিল। সেইদিনা নিৰুদ্দেশ হৈ গ’ল দুয়ো। আৰক্ষী, এনডিআৰএফ, এছডিআৰএফ, আৰু স্থানীয় দলসমূহে ব্যাপক অনুসন্ধান অভিযান আৰম্ভ কৰে। প্ৰায় এসপ্তাহৰ পাছত ২ জুনত ছ’হৰাৰ বিখ্যাত ৱেই ছাডং জলপ্ৰপাতৰ ওচৰৰ এটা গভীৰ অৰণ্যত ৰাজাৰ মৃতদেহ উদ্ধাৰ হয়। মধ্যপ্ৰদেশৰ ব্যৱসায়ী ৰঘুবংশীক বিগত বৰ্ষৰ মে’ মাহত পত্নীৰ সৈতে হানিমুনত মেঘালয় ভ্ৰমণ কৰি হত্যা কৰা হৈছিল।

এই পাঁচজন অভিযুক্তৰ ভিতৰত আছে ৰঘুবংশীৰ পত্নী সোণম ৰাজ কুশৱাহা আৰু তিনিজন আক্ৰমণকাৰী বিশাল চৌহান, আকাশ ৰাজপুত, আৰু ব্যৱসায়ীজনক হত্যা কৰিবলৈ মধ্যপ্ৰদেশৰ পৰা অহা আনন্দ কুৰ্মী। আটাইকেইজনে অভিযোগ অস্বীকাৰ কৰিছে। আৰক্ষীৰ তথ্য অনুসৰি মধ্যপ্ৰদেশৰ ইন্দোৰ নিবাসী ৰাজা ৰঘুবংশী আৰু তেওঁৰ পত্নী সোণম ছোহৰালৈ যোৱাৰ পূৰ্বে ২১ মে’ত শ্বিলং ভ্ৰমণ কৰিছিল। ইয়াত উল্লেখ কৰা হৈছে যে ২৬ মে’ত দম্পতীহাল নিৰুদ্দেশ হোৱাৰ খবৰ পোৱা গৈছিল ৷

কেইবাদিনো তীব্ৰ অনুসন্ধানৰ অন্তত ২ জুনত ছহৰাৰ গভীৰ খাৱৈৰ পৰা ৰাজা ৰঘুবংশীৰ মৃতদেহ উদ্ধাৰ কৰা হয়।ভাৰতীয় দণ্ডবিধিৰ বিধান অনুসৰি ছোহৰা থানাত এফআইআৰ ৰুজু কৰা হয়। তদন্তকাৰীয়ে জানিবলৈ দিয়ে যে সোণম ৰাজ কুশৱাহাৰ সৈতে সম্পৰ্কত আছিল। তিনিজন ভাড়াতীয়া হত্যাকাৰীৰ সৈতে দুয়োজনে হানিমুনৰ অজুহাতত ৰঘুবংশীক হত্যাৰ ষড়যন্ত্ৰ কৰে। আৰক্ষীয়ে জনোৱা মতে, আকাশ সিং ৰাজপুত, বিশাল সিং চৌহান, আৰু আনন্দ কুৰ্মিয়ে সোণমৰ উপস্থিতিত হত্যাকাণ্ড সংঘটিত কৰে। তদন্তৰ এসপ্তাহৰ ভিতৰতে সোণমকে ধৰি পাঁচজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হয়। ৫ ছেপ্টেম্বৰত আৰক্ষীয়ে সোহৰা মহকুমাৰ প্ৰথম শ্ৰেণীৰ ন্যায়িক দণ্ডাধীশৰ আদালতত ৭৯০ পৃষ্ঠাৰ অভিযোগনামা দাখিল কৰিছিল।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: East khashi hills distMEGHALAYARaja Raghuvanshi's horrific murderSessions CourtSonam Raghuvanshi's bail
publisher

publisher

Related Posts

চিকিৎসাধীন ভোগেশ্বৰ বৰুৱাৰ স্বাস্থ্যৰ বুজ ল’লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
Assam

October 16, 2026
বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি
Assam

বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি

October 16, 2026
নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান
India

নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান

October 16, 2026
বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে
India

বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে

October 16, 2026
‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী
India

‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী

October 16, 2026
১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম
India

১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম

October 16, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d