Noonmati Dabule Murder Main Accused Bandana finally Got Bail :অৱশেষত জামিন লাভ কৰিলে নুনমাটিৰ ডাবল মাৰ্ডাৰৰ অভিযুক্ত বন্দনা কলিতাই

কামৰূপ মহানগৰ সত্ৰ ন্যায়াধীশৰ আদালতে চৰ্ত সাপেক্ষে মঞ্জুৰ কৰে জামিন

bandana kalita bail

Noonmati Dabule Murder Main Accused Bandana finally Got Bail :

দেশ কপাই যোৱা গুৱাহাটীৰ নুনমাটিৰ লোমহৰ্ষক ডাবল মাৰ্ডাৰৰ অভিযুক্ত বন্দনা কলিতালৈ জামিন। কামৰূপ মহানগৰ জিলা সত্ৰ ন্যায়াধীশৰ আদালতে চৰ্ত সাপেক্ষে মঞ্জুৰ কৰে বন্দনাৰ জামিন

ADVERTISEMENT

বন্দনাই প্ৰতি সপ্তাহত দুদিন হাজিৰ হ’ব লাগিব নুনমাটি থানাত । আদালতৰ অনুমতি অবিহনে গৃহ জিলা এৰি যাব নোৱাৰিব বন্দনা কলিতাই।

উল্লেখ্য যে,২০২২ৰ জুলাই- আগষ্ট মাহত স্বামী অমৰজ্যোতি দে’ আৰু শাহু শংকৰী দে’ক হত্যা কৰিছিল বন্দনাই। অকল হত্যা কৰাই নহয় ৷ মৃতদেহ টুকুৰা- টুকুৰকৈ কাটি পেলাই দিছিল মেঘালয়ত ৷

মনকৰিবলগীয়া যে,মহানগৰ আৰক্ষীয়ে অভিযুক্তৰ বিৰুদ্ধে আজিও দাখিল কৰিব নোৱাৰিলে অভিযোগনামা ৷ ইয়াৰ মাজতে আজি নুনমাটিৰ ডাবল মাৰ্ডাৰৰ অভিযুক্ত বন্দনা কলিতাই লাভ কৰে জামিন ৷

Exit mobile version