Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মাংসৰ বাবে বিক্রী : ২৭শ মেকুৰী চুৰি

    মাংসৰ বাবে বিক্রী : ২৭শ মেকুৰী চুৰি

    পৌৰাণিক আখ্যানৰ পৰা দেশৰ স্বাধীনতা আন্দোলনৰে সংপৃক্ত দশভুজাৰ আৰাধনা

    উন্মনা শৰতৰ বতৰালৈ নৈৰ পাৰত কঁহুৱাই পাৰিছে শুভ্র দলিচা

    ৰাজ্যত মাষ্টাৰ ৰোল-কেজুৱেল-স্থায়ী দৰমহাত কৰ্মচাৰীৰ নিযুক্তি বন্ধ হ’ল

    অসমত মই যিমান আদৰ-সন্মান পাইছো সেয়া চাগে বেলেগত আনে পোৱা নাই!

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Gruesome Murder In Medhipara In Udalguri: ওদালগুৰিত মেধিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড

কাঠকটা মেচিনেৰে নৃশংসভাৱে হত্যা ৮ বছৰীয়া শিশুক কণমানি, কণমানি কিশোৰীয়ে বৰ্ণনা কৰিলে শিহৰণকাৰী ঘটনা

publisher by publisher
November 9, 2023
in Assam, Crime, News
Reading Time: 3 mins read
0
Gruesome Murder In Medhipara In Udalguri: ওদালগুৰিত মেধিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড
4
SHARES
43
VIEWS
ShareShareShareShare

RelatedPosts

Hajo Murder:হাজোত নৃশংস হত্যাকাণ্ড

The Gruesome Murder :জঘন্য লোমহৰ্ষক হত্যাকাণ্ড ,পত্নীয়ে কুঠাৰেৰে কাটি পাঁচ টুকুৰা কৰিলে স্বামীক

Guwahati Teenage Abuse : মহানগৰীৰ হাতীগাঁৱত কিশোৰী নিৰ্যাতনৰ অভিযোগত

Gruesome Murder In Medhipara In Udalguri:

এক নৃশংস হত্যাকাণ্ডই জোকাৰি গৈছে বিটি আৰৰ ওদালগুৰিৰ মেধিপাৰাত ৷ কাঠ কটা মেচিনেৰে নৃশংসভাৱে এটি ৮ বছৰীয়া কিশোৰক হত্যা কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷

ADVERTISEMENT

এই লোমহৰ্ষক হত্যাৰ প্ৰত্যক্ষদৰ্শী এটি কণমানি কিশোৰীয়ে সমস্ত ঘটনা বিৱৰণ দাঙি ধৰিছে ৷ যি কথা শুনিলে আপুনিও কপি উঠিব ।

এই ঘটনাৰ স্থান ওদালগুৰি মেধিপাৰা ৷ সংঘটিত হৈছিল দেওবাৰে। সাপমাৰি আৰক্ষী চকীৰ অন্তৰ্গত মেধিপাৰা গাঁৱৰ আজাত আলীৰ ৮ বছৰীয়া পুত্ৰ ৰছিদ আনছাৰিক অবৈধ কাঠ মিলৰ কৰ্মচাৰী মজনু আলীয়ে অতি নৃশংসভাৱে হত্যা কৰাৰ গুৰুত্বৰ অভিযোগ উদ্থাপিত হৈছে ।

উল্লেখ্য যে, চাক্ষুষ প্ৰত্যক্ষদৰ্শী কণমাণি কিশোৰী আৰু পৰিয়ালে সদৰি কৰা মতে যোৱা দেওবাৰে আজাত আলীৰ ঘৰৰ পিছফালে থকা মেচাৰ্ছ আকতাৰ ফাৰ্ণিছাৰ এ টিম্বাৰ শ্বপ নামৰ অবৈধ কাঠ ফলা মিলটোত ৮ বছৰীয়া ৰছিদ আনছাৰিয়ে ক্ৰিকেট বেট বনাবলৈ গৈছিল।

কিন্ত সেই সময়ত মিলত কৰ্মৰত হৈ থকাৰ মিলৰ কৰ্মচাৰী মজনু আলীয়ে বিদ্যুৎ চালিত কাঠ কাটাৰৰে কণমানি ল’ৰাজনৰ মূৰত হেচি ধৰে ৷ আনহাতে সেই সময়ত এই লোমহৰ্ষক কাণ্ড প্ৰত্যক্ষ কৰি থকা এগৰাকী কণমানি কিশোৰীয়ে দেখি চিঞৰ- বাখৰ কৰাত মজনুৰ আলী সেই স্থানৰ পৰা পলায়ন কৰে ৷

বিদ্যুৎ চালিত কাঠ কাটাৰৰ আঘাতত তেজেৰে তুমৰলি হৈ পৰা আঠবৰ্ষীয় শিশুটিক ততাতৈয়াকৈ চিকিৎসালয়লৈ নিয়া হয় যদিও আদবাটতে শেষ নিশ্বাস ত্যাগ কৰে ।
ইতিমধ্যে এই চাঞ্চল্যকৰ ঘটনা সদৰি হোৱাৰ লগে লগে সমগ্ৰ মেধিপাৰা গাঁৱত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয় ৷

ঘটনাৰ খবৰ লাভ কৰি দুৰ্ভগীয়া শিশুটিৰ বাসগৃহত আৰক্ষী উপস্থিত হৈ মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে ওদালগুৰি চিভিল হাস্পতাললৈ প্ৰেৰণ কৰে ৷ পাচত মৃতদেহ পৰিয়ালৰ হাতত চমজাই দিয়াৰ পাচতে পৰিয়ালৰ লোকে ৰাইজৰ উপস্থিতিত সম্পন্ন কৰে জানাজা ৷

উল্লেখ্য যে,লোমহৰ্ষক হত্যাকাণ্ডৰ তিনিদিন অতিক্ৰম কৰাৰ পাছতো দুৰ্ভগীয়া পৰিয়ালটিয়ে ঘটনা সন্দৰ্ভত থানাত এজাহাৰ দাখিল কৰাৰ পৰা বিৰত আছিল ৷ জানিব পৰা মতে,একাংশ চোৰাং কাঠ সৰবৰাহকাৰী আৰু অবৈধ কাঠকটা মিলৰ স্বত্বাধিকাৰ মইনুল হকে দুৰ্ভগীয়া পৰিয়ালটোক মেনেজ কৰাৰ বাবে চেষ্টা চলাই ৷

এনে ঘটনাক্ৰমৰ মাজতে স্থানীয় সাংবাদিকে লোমহৰ্ষক হত্যাকাণ্ডৰ বলী হোৱা শিশুটিৰ দুৰ্ভগীয়া পৰিয়ালটিক সাক্ষাৎ কৰাৰ পাছতে সাংবাদিকৰ সাহসক সাৰথি কৰি হত্যাৰ মুল অভিযুক্ত মজনু আলী, মিলৰ মালিক মইনুল হক আৰু মাৰফত আলীৰ বিৰুদ্ধে এজাহাৰ দিবলৈ থানালৈ যোৱা পথত ৰহস্যজনকভাবে এজাহাৰৰ পৰা নাম বাদ পৰে মইনুল হক আৰু মাৰফত আলীৰ নাম ৷

এইখিনিতে প্ৰশ্ন হয়,কাৰ ছত্ৰছায়াত পৰি নাম সনিবিষ্ট হোৱা এজাহাৰৰ পৰা নাম বাদ পৰিল দুজন অভিযুক্তৰ নাম ৷ ইতিমধ্যে পৰিয়াল আৰু স্থানীয় লোকে দোষীক কঠোৰ শাসৰ দাবী তোলে ৷

উল্লেখ্য যে,মাজবাট আঞ্চলিক বন সংমণ্ডলৰ আৰ্শীবাদত মেধিপাৰাত অবৈধভাৱে গঢ়ি উঠা মেচাৰ্ছ আকতাৰ ফাৰ্ণিছাৰ এ টিম্বাৰ শ্বপ নামৰ অবৈধ কাঠ ফলা মিলটোৱে অবাধ গতিত চলাই গৈছে চোৰাং কাঠৰ বেহা ৷

অঞ্চলটোৰ প্ৰকাণ্ড-প্ৰকাণ্ড পাহাৰীয়া মূল্যবান গছ কাটি তহিলং কৰি আজবাৱ বনোৱাৰ অনুমতি দিয়া হৈছে নেকি আকতাৰ ফাৰ্ণিছাৰ এ টিম্বাৰ শ্বপ নামৰ অবৈধ কাঠ ফলা মিলটোক ৷ এইয়া এতিয়া লাখটকীয়া প্ৰশ্ন মেধিপাৰা সচেতন মহলৰ ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Gruesome MurderKillers EscapeMedhipara In UdalguriTeenage
publisher

publisher

Related Posts

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত বেংগালুৰুত CJPৰ প্ৰতিবাদ
India

October 8, 2026
AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত
Entertainment

AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

October 8, 2026
অন্ধ্ৰপ্ৰদেশৰ অধিকাংশ জিলা খৰাঙৰ কবলত, ২১ জিলাৰ ৩৮৮টা মণ্ডলত খৰাং

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত উত্তপ্ত দিল্লী

নিউমোনিক প্লেগৰ সম্ভাব্য প্ৰাদুৰ্ভাৱক লৈ উদ্বিগ্ন বিশ্ব স্বাস্থ্য সংস্থাও
International

নিউমোনিক প্লেগৰ সম্ভাব্য প্ৰাদুৰ্ভাৱক লৈ উদ্বিগ্ন বিশ্ব স্বাস্থ্য সংস্থাও

October 8, 2026
মাংসৰ বাবে বিক্রী : ২৭শ মেকুৰী চুৰি
International

মাংসৰ বাবে বিক্রী : ২৭শ মেকুৰী চুৰি

October 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d