Nasa:বন্ধু গ্ৰহত প্ৰাণৰ সম্ভাৱনা নস্যাৎ কৰিলে নাছাই

পৃথিৱীৰ দৰেই আকৃতি, মাধ্যাকর্ষণ শক্তি

nasa

Nasa:

মহাকাশৰ সুদূৰ কোণত পোৱা গ’ল পৃথিবীৰ ‘বন্ধু’ গ্রহৰ সন্ধান। আকাৰত নীলা ৰঙৰ গ্ৰহৰ সমানেই কেবল নহয়, মাধ্যাকর্ষণ বলো পৃথিবীৰ সমান। নাছাৰ হাবল স্পেচ টেলিস্কোপে বিচাৰি পাইছে এনে এক গ্রহ, যাৰ নাম বখা হৈছে ‘এলটিটি ১৪৪৫ এচি’।

ক’ত আছে এই গ্রহ? অৱশ্যে একেবাৰে ওচৰতে নহয়, পৃথিবীৰ পৰা ২২ আলোকবর্ষ দূবৰ এক তিনি নক্ষত্ৰৰ সম্মিলিত মণ্ডলীৰ সদস্য এই পৃথিৱীৰ লেখীয়া গ্ৰহটো। কনষ্টেলেছন এবিডানাছত অৱস্থিত এই গ্রহটো আৱিষ্কাৰ হৈছিল ২০২২ত।

দেখা গৈছে যে এই গ্ৰহটোৰ আকাৰ পৃথিৱীৰ আকৃতিৰ ১.০৭ গুণ। শিলাময় চেহেৰাৰ গ্ৰহটোৰ পৃষ্ঠৰ মাধ্যাকৰ্ষণ পৃথিৱীৰ সমান। স্বাভাবিকভাবেই প্রশ্ন উঠিছে যে ইয়াৰ ফলত পৃথিবীৰ দৰে আকৃতি তথা মাধ্যাকর্ষণ যিহেতু তেনেহ’লে এই গ্রহত প্ৰাণৰ স্পন্দন আছে, থাকিব পাৰে নেকি?

অবশ্যে সেই সম্ভাৱনা একেবাৰতে নুই কৰিছে পৃষ্ঠৰ তাপমাত্রা ৫০০ ডিগ্রী নাছাৰ বিজ্ঞানীয়ে। কিয়নো এই গ্ৰহৰ ফাৰেনহাইট, যি প্রাণধাৰণৰ বাবে প্ৰয়োজনীয় তাপমাত্রাতকৈ অতি বেছি ৷

দ্যা এষ্ট্ৰনমিকেল জাৰ্ণেলত গবেষণাপত্রত প্রকাশিত হৈছে এই সংক্রান্তীয় এক প্ৰাণৰ সম্ভাৱনা নাথাকিলেও এই কিয়নো সুবৃহৎ কছমছক বুজিবলৈ ধৰণৰ পর্যবেক্ষণ অত্যন্ত জৰুৰী। নিৰন্তৰ পৰ্যবেক্ষণ জৰুৰী। ধাৰণা কৰা হৈছে যে এনে অনর্গল আৰু ভালদৰে বুজি পোৱাটো সম্ভৱ নিৰীক্ষণৰ পৰাই মহাকাশৰ চৰিত্ৰ আৰু ভালদৰে বুজি পোৱাটো সম্ভৱ হ’ব ৷

Exit mobile version