Today Horoscope: দিনটোৰ ৰাশিফল

horoscope new 1

Today Horoscope: দিনটোৰ ৰাশিফল

মেষ: অপ্রত্যাশিতভাবে ধন লাভৰ যোগ। কর্মসূত্ৰত ভ্ৰমণ যোগ। বিবাহ প্রার্থীৰ বিবাহৰ যোগ। নতুন উৎসাহজনক খবৰে আনন্দিত কৰিব। শুভ বং গোলপীয়া। শুভ সংখ্যা ৩।

বৃষ: গুৰুজন ব্যক্তিক অবজ্ঞা নকৰিব। সম্পত্তি ক্রয়োযোগ আর্থিক দিশত অসুবিধা। ফুৰা-চকাত সতর্ক হ’ব। চিকিৎসকসকলৰ দায়িত্ব বৃদ্ধি পাব। শুভ ৰং নীলা। শুভ সংখ্যা ২।

মিথুন: বৈষয়িক অৱস্থাৰ স্বল্পাধিক উন্নতি সম্ভৱ। নতুন নিযুক্তিৰ বাবে দূৰ যাত্রা। শিল্পীসকলৰ প্ৰাপ্য সম্মান লাভে আনন্দৰ কাৰকতা। পত্নীৰ লগত মনবিৰোধ। শুভ ৰং সেউজীয়া। শুভ সংখ্যা ৪।

কর্কট: পৈতৃক সম্পত্তি লাভৰ ক্ষেত্ৰত বিলম্ব। অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শত সংকট মুক্তি আৰু প্রয়োজনীয় ধনাগম। গৱেষকসকল সাফল্য লাভ। ভ্রমণ কৰিব পাৰে। শুভ ৰং নীলা। শুভ সংখ্যা ৮।

সিংহ: পুৰণা মামলা মোকদমাৰ নিষ্পত্তি হ’ব। বাধা-বিঘিনিৰ মাজেদি কৰ্মত সাফল্য। আয় বৃদ্ধিৰ বিকল্প চেষ্টাত সাফল্য। প্রেমত আবেগ। শুভ ৰং সেউজীয়া। শুভ সংখ্যা ৩।

কন্যা: উপার্জন আৰু সঞ্চয় বৃদ্ধিৰ শুভ যোগ। দেহভাব বুলি ক’ব পাৰি। হেৰুৱা সম্পত্তি পুনঃপ্রাপ্ত অবাধ্য সন্তান-সন্ততিৰ ওপৰত কঠোৰ হ’ব পাৰে। শুভ ৰং হালধীয়া। শুভ সংখ্যা ১।

তুলা: আর্থিক দিশত অর্থ প্রাপ্তিৰ সম্ভাৱনা। প্রযুক্তিবিদ আৰু কম্পিউটাৰ বিজ্ঞানী সাফল্য উল্লেখযোগ্য। বন্ধুভাৱ দুৰ্বল। পাৰিবাৰিক জীৱনত অশান্তিৰ সূচনা। শুভ ৰং বগা। শুভ সংখ্যা ৮।

বৃশ্চিক: ব্যৱসায়ত লাভৰ কাৰকতা।সমাজসেৱীসকলৰ সন্মান বৃদ্ধিৰ কাৰক। উচ্চ বিষয়া লগত শুভ যোগাযোগ বজাই থাকিব। ভ্রমণত কষ্ট। শুভ ৰং মাটিয়া। শুভ সংখ্যা ১।

ধনু: চাকৰিয়াল ব্যক্তিসকলৰ শুভ। কৰ্মত নতুন পৰিকল্পনাত উপকৃত হ’ব। নিবনুৱাৰ কৰ্মপ্ৰাপ্তিৰ যোগ। ব্যয়ৰ মাত্রা বৃদ্ধি। দাম্পত্যত শুভ। শুভ ৰং নীলা। শুভ সংখ্যা ৮।

মকৰ : কৰ্মক্ষেত্ৰত শান্তিৰে কাম কৰিব পাৰিব। আর্থিকত ভালেই। আয়ৰ ক্ষেত্ৰত অনুকূল। বিদ্যাত শুভাশুভ। স্বাস্থ্যৰ প্ৰতি নজৰ দিয়ক। শুভ ৰং ৰঙা। শুভ সংখ্যা ৩।

কুম্ভ: ৰাজহুৱা কৰ্মত থকা সকলে সহানুভূতি লাভৰ সংবাদ। শৰীৰ কিছু ‘উন্নত। দুই এটা কামত বাধাৰ কাৰকতা। দিনৰ দুই বজাৰ পৰা কিছু উন্নত। শুভ ৰং পাতল হালধীয়া। শুভ সংখ্যা ৫।

মীন: কৰ্মক্ষেত্ৰত জটিলতাৰ উদয় হ’ব পাৰে। কোন কাৰণে মনটো গধুৰ হি’ব পাৰে। ব্যৱসায়ীসকলৰ ব্যস্ততা বৃদ্ধি পাব। শৰীৰ বৰ উন্নত নাথাকিব ৷শুভ ৰং সেউজীয়া৷শুভ সংখ্যা ২ ৷

Exit mobile version