Prime Minister Narendra Modi As The Co-Pilot:বাংগালুৰুত তেজস যুদ্ধ বিমানত ক’ পাইলটৰ ৰূপত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

pm modi 4

Prime Minister Narendra Modi As The Co-Pilot:

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শনিবাৰে দিনজোৰা চৰকাৰী কাৰ্যসুচীৰে উপস্থিত হয় বাংগালুৰুস্থ হিন্দুস্তান এৰোনটিক্স লিমিটেডৰ (এইচএএল) এক অনুষ্ঠানত ।

ইয়াৰ পাছতে বাংগালুৰুৰ বায়ুসেনাৰ ঘাটিত ক’ পাইলটৰ ৰূপত যুঁজাৰু বিমান তেজছত উঠি উৰা মাৰে, প্ৰধানমন্ত্ৰী মোদীয়ে ।

উল্লেখ্য যে,প্ৰধানমন্ত্ৰী মোদীয়ে সম্পূৰ্ণ সামৰিক পোচাক পিন্ধি তেজছত উঠে ৷

Exit mobile version