Today Horoscope: দিনটোৰ ৰাশিফল

horoscope new 1

Today Horoscope: দিনটোৰ ৰাশিফল

মেষ: কর্মক্ষেত্রত নানা সমস্যা হোৱাৰ সম্ভাৱনা। যাত্ৰা কৰোতে সতর্ক হোৱা উচিত। ক’লা ৰঙৰ বস্ত্ৰ পুৱাৰ ভাগত পৰিধান কৰিলে শুভ। শুভ বং হালধীয়া। শুভ সংখ্যা ৬।

বৃষ: ব্যৱসায়ত আশানুৰূপ ফল লাভৰ পৰা বঞ্চিত। পুৱা-গধুলি ভগৱানৰ নাম ল’ব। যাত্ৰাৰ বাবে দিনটো শুভ। নীলা ৰং ব্যৱহাৰ কৰক, শুভ সংখ্যা ৮।

মিথুন: ব্যৱসায়ত লাভৱান হ’ব। প্রেমত ভুল বুজাবুজি হ’ব পাৰে। যাত্ৰাৰ দুপৰীয়া ১২ বজাৰ পাছত কৰিব। শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ২।

কর্কট: আয় অনুপাতে ব্যয় বৃদ্ধি পাব। কর্মত সফলতা লাভ কৰিব। পুৱাৰ ভাগত যাত্রা কৰিব সেউজীয়া ৰং শুভ, বিদ্যাত শুভ, শুভ সংখ্যা ৬।

সিংহ: সমাজত হেয় হ’ব পাৰে। আনৰ প্ৰতি হিংসাদ্বেষ আদিৰ পৰা বিৰত থাকিব। পৰাপক্ষত যাত্রা নকৰাই ভাল। শুভ ৰং পাতল গুলপীয়া, শুভ সংখ্যা ২।

কন্যা: কর্মক্ষেত্রত শুভ। পাতল হালধীয়া বা ক্ৰীম ৰঙৰ বস্ত্ৰ পৰিধান কৰিব সন্ধিয়া পাঁচ বজাৰ পাছত যাত্রা নকৰিব। প্রেম বাধা আহিব পাৰে। শুভ সংখ্যা ৭। শুভ ৰং ৰঙা।

তুলা: যাত্রা সাধৱানে কৰিব। পঢ়া-শুনাত বেমেজালিৰ সৃষ্টি হ’ব। সন্তানৰ স্বাস্থ্য লৈ চিন্তিত। কমলা ৰঙৰ বস্ত্ৰ পৰিধান কৰিব। শুভ সংখ্যা ৮। শুভ ৰং কমলা।

বৃশ্চিক: অর্থ প্রাপ্তিৰ ক্ষেত্ৰত সৰু-সুৰা বাধাৰ সন্মুখীন হ’ব। যাত্ৰা কৰিব পাৰে। শুভ ৰং বগা। সন্ধিয়া শিৱৰ মন্ত্র জপ কৰিব। শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৭।

ধনু: ব্যৱসায়-বাণিজ্য মধ্য গতিত চলিব। যাত্রা পুৱা ১০ বজাৰ পাছত ক’লা ৰঙৰ বাহিৰে যিকোনো ৰং আপোনাৰ বাবে শুভ। প্রেমত সন্দেহ ভাব। শুভ সংখ্যা ৬। শুভ বং নীলা।

মকৰঃ শাৰীৰিক শুভ যদিও পিত্তজনিত ৰোগত ভুগিব পাৰে। হাতত হালধীয়া ৰঙৰ সূতা মেৰিয়াই ল’ব। যাত্ৰাৰ বাবে শুভ দিন। প্রেমত সফতা। শুভ সংখ্যা ৭। শুভ ৰং হালধীয়া।

কুম্ভ: অংশীদাৰী ব্যৱসায়ত উন্নতি। যান-বাহনৰ দ্বাৰা আঘাত পাব পাৰে। গতিকে চাই-চিতি যাত্রা কৰিব। শুভ ৰং গুলপীয়া। শুভ সংখ্যা ৮।

মীন: ধনাগম বৃদ্ধি পাব। ৰঙৰ বস্ত্ৰ পৰিধান কৰিলে দিনটো শুভ হ’ব। যাত্ৰাৰ বাবে শুভ। ৰাতি নিৰামিষ আহাৰ গ্ৰহণ কৰিব। শুভ সংখ্যা ১। শুভ বং গুলপীয়া।

Exit mobile version