Term Of CS Pawan Barthakur Will Be Extended For Three Months:তিনি মাহৰ বাবে বৃদ্ধি হ’ব মুখ্য সচিব পৱন বৰঠাকুৰৰ কাৰ্যকাল !

৩১ ডিচেম্বৰত আছিল মুখ্য সচিব বৰঠাকুৰৰ অৱসৰৰ দিন

pawan barthakur

Term Of CS Pawan Barthakur Will Be Extended For Three Months:

ৰাজ্যৰ মুখ্য সচিব পৱন বৰঠাকুৰৰ কাৰ্যকাল আগন্তুক তিনিমাহৰ বাবে বৃদ্ধি হ’ব ৷ ইতিমধ্যে বৰঠাকুৰৰ কাৰ্যকাল বৃদ্ধিৰ প্ৰস্তাৱ সমন্ধীয় যাবতীয় ফাইল মুখ্যমন্ত্ৰীয়ে অনুমোদন জনাই ইতিমধ্যে কেন্দ্ৰলৈ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে ৷

উল্লেখ্য যে,১৯৮৯ বেটছৰ ভাৰতীয় প্ৰশাসনীয় সেৱাৰ জ্যেষ্ঠ বিষয়া গৰাকী ২০২২ ৰ ১ ছেপ্তেম্বৰত ৰাজ্যৰ মুখ্য সচিব ৰূপে দায়িত্বভাৰ লৈছিল আৰু এই বৰ্ষৰ অন্তিমটো দিন ৩১ডিচেম্বৰত অৱসৰৰ তাৰিখ আছিল ৷

Exit mobile version