Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দেশে-বিদেশে চর্চালৈ নেহা বৰাৰ ‘ৱান পিচ’ লিখা টি-শ্বার্ট

    কুম্ভমেলাৰ স্থানৰ কাষতে ভূগর্ভস্থ পানীত কৰ্কটৰ ‘বিষ’

    কৃত্ৰিম উপগ্ৰহৰ তথ্যঃ ভয়ংকৰ ভৱিষ্যতৰ আগজাননী!

    লাডাখ ভাৰতৰ অবিচ্ছেদ্য অংগ, এয়াই সত্য: চীনক প্ৰত্যুত্তৰ নতুন দিল্লীৰ

    বিআইটি মেছৰাৰ পৰা অভিযান্ত্ৰিক বিদ্যাত পিএইচডি অৰ্জন আৰতি মাহাতোৰ, গাঁৱৰ প্ৰথম মহিলা হিচাপে গঢ়িলে কৃতিত্ব

    কেন্দ্ৰীয় মন্ত্ৰী পদৰ পৰা পদত্যাগ এল মুৰগনৰ, ৰাজ্যসভাৰ সদস্য পদো ত্যাগৰ সিদ্ধান্ত

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Monkeypox : মাংকিপক্স ৰোধ কৰিবলৈ স্মলপক্সৰ টিকাক অনুমোদন ইইউ-ৰ

publisher by publisher
July 26, 2022
in International, News
Reading Time: 1 min read
0
Monkeypox : মাংকিপক্স ৰোধ কৰিবলৈ স্মলপক্সৰ টিকাক অনুমোদন ইইউ-ৰ
2
SHARES
18
VIEWS
ShareShareShareShare

RelatedPosts

Smallpox : আক্ৰান্তৰ সংখ্যা ১০ হেজাৰ, চলিত বৰ্ষত দেশত ৪০ শিশুৰ মৃত্যু সৰুআইত

Monkeypox : দিল্লীত মাংকিপক্স সংক্রমিত আন এজন আফ্রিকাৰ নাগৰিক, ভাৰতত আক্রান্তৰ সংখ্যা বাঢ়ি হ’ল ১৩

Monkeypox : ক্রমে উদ্বেগ বৃদ্ধি কৰিছে মাংকিপক্সে ! কেৰালাৰ তৃতীয়জন সংক্ৰমিত

মাংকিপক্স সংক্রমণ ক্রমশ বাঢ়িছে । সৰ্বাধিক বিপজ্জনক পৰিস্থিতি আফ্রিকাৰ । ইউৰোপতো এই ৰোগ বিয়পিছে । কিন্তু এই মহাদেশত এই পর্যন্ত প্রাণহানিৰ খবৰ নাই । ৰোগৰ ভয়াৱহতাও তুলনাত কম । কিন্তু আফ্রিকাৰ পৰিস্থিতিয়ে চিন্তা বঢ়াইছে সমগ্ৰ বিশ্বৰ । এনে পৰিস্থিতিত মাংকিপক্স সংক্রমণ ৰোধ কৰিবলৈ আজি স্মলপক্সৰ টিকা ব্যৱহাৰৰ অনুমতি দিলে ইউৰোপীয় আয়োগে । ডেনমার্কৰ স্মলপক্সৰ টিকাপ্রস্তুতকাৰী সংস্থাই জনাইছে, বিশ্ব স্বাস্থ্য সংস্থাই (হু) ‘জৰুৰী অৱস্থা’ ঘোষণা কৰাৰ পাছতেই এই সিদ্ধান্ত লোৱা হৈছে ।

ADVERTISEMENT

ইমাভানেক্স । বজাৰত স্মলপক্সৰ এই টিকা বিক্রীৰ অনুজ্ঞাপত্ৰ দিছে ইউৰোপীয় আয়োগে । তেওঁলোকৰ পৰ্যবেক্ষক সংস্থা ‘বাভেৰিয়ান নর্ডিক’এ এটা বিবৃতি দি জনাইছে, মাংকিপক্সৰ পৰা নিৰাপত্তা দিবলৈ এই ব্যৱস্থা কৰা হৈছে । অৱশ্যে এই অনুমতি কেৱল ইউৰোপীয় ইউনিয়নৰ সদস্য দেশ আৰু আইলেণ্ড, লিখটেনষ্টাইন আৰু নৰৱেৰ বাবে ।

হু-ৰ প্ৰতিবেদন অনুযায়ী, ৭২খন দেশত প্ৰায় ১৬ হেজাৰ লোক মাংকিপক্সত আক্রান্ত । শনিবাৰে ইয়াক সমগ্ৰ বিশ্বৰ বাবে বিপর্যয় বুলি ঘোষণা কৰিছে হু-ৱে । সর্বোচ্চ সতর্কতা জাৰি কৰা হৈছে । এইটোও জনোৱা হৈছে যে, ৰোগৰ চৰিত্র অনুযায়ী, কোনো মাংকিপক্স সংক্রমিতৰ সংস্পৰ্শত আহিলে তেওঁৰ পৰা সংক্রমিত হ’ব পাৰে ।

স্মলপক্স প্রতিৰোধ কৰিবলৈ ২০১৩ৰ পৰা ইমাভানেক্স ব্যৱহাৰৰ অনুমোদন আছে ইউৰোপীয় ইউনিয়ন অন্তর্ভুক্ত দেশসমূহত । যিহেতু স্মলপক্স ভাইৰাছ আৰু মাংকিপক্স ভাইৰাছৰ চৰিত্র মিল আছে, সেৰে ইয়াক মাংকিপক্সৰো সম্ভাব্য প্রতিষেধক হিচাপে গণ্য কৰা হৈছে । অৱশ্যে স্মলপক্সতকৈ কম বিপজ্জনক আৰু কম সংক্রামক মাংকিপক্স । ১৯৮০ৰ পাছৰ পৰা স্মলপক্সৰ ঘটনা শুনিবলৈ পোৱা নাই । পৃথিৱীৰ পৰা এই ভাইৰাছ নিশ্চিহ্ন হৈ গৈছে বুলি ধৰি লোৱা হয় ।

মাংকিপক্সৰ প্রথম উপসর্গ হ’ল, জ্বৰ, মূৰৰ বিষ, পেশীত বিষ, পিঠি আৰু মেৰুদণ্ডত বিষ । লাহে লাহে মুখ, হাতৰ তলুৱাত, ভৰিৰ তলুৱাত ফুঁহা উলাব ধৰে । ক্রমে ঘাৰ দাগ হ’ব ধৰে । ইয়াৰ পাছত চোকোৰা উঠা । মে’ৰ আৰম্ভণিতে পশ্চিম আৰু চেন্ট্রেল আফ্রিকাৰ দেশসমূহত মাংকিপক্স সংক্রমণৰ কথা শোনা যায় । তাৰ পাছৰ পৰাই ক্রমে মহামাৰীৰ ৰূপ লয় এই ৰোগে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: EUImvanex VaccineMonkeypoxSmallpox
publisher

publisher

Related Posts

দেশে-বিদেশে চর্চালৈ নেহা বৰাৰ ‘ৱান পিচ’ লিখা টি-শ্বার্ট
India

October 14, 2026
কুম্ভমেলাৰ স্থানৰ কাষতে ভূগর্ভস্থ পানীত কৰ্কটৰ ‘বিষ’
India

কুম্ভমেলাৰ স্থানৰ কাষতে ভূগর্ভস্থ পানীত কৰ্কটৰ ‘বিষ’

October 14, 2026
কৃত্ৰিম উপগ্ৰহৰ তথ্যঃ ভয়ংকৰ ভৱিষ্যতৰ আগজাননী!
India

কৃত্ৰিম উপগ্ৰহৰ তথ্যঃ ভয়ংকৰ ভৱিষ্যতৰ আগজাননী!

October 14, 2026
লাডাখ ভাৰতৰ অবিচ্ছেদ্য অংগ, এয়াই সত্য: চীনক প্ৰত্যুত্তৰ নতুন দিল্লীৰ
India

লাডাখ ভাৰতৰ অবিচ্ছেদ্য অংগ, এয়াই সত্য: চীনক প্ৰত্যুত্তৰ নতুন দিল্লীৰ

October 14, 2026
বিআইটি মেছৰাৰ পৰা অভিযান্ত্ৰিক বিদ্যাত পিএইচডি অৰ্জন আৰতি মাহাতোৰ, গাঁৱৰ প্ৰথম মহিলা হিচাপে গঢ়িলে কৃতিত্ব
India

বিআইটি মেছৰাৰ পৰা অভিযান্ত্ৰিক বিদ্যাত পিএইচডি অৰ্জন আৰতি মাহাতোৰ, গাঁৱৰ প্ৰথম মহিলা হিচাপে গঢ়িলে কৃতিত্ব

October 14, 2026
কেন্দ্ৰীয় মন্ত্ৰী পদৰ পৰা পদত্যাগ এল মুৰগনৰ, ৰাজ্যসভাৰ সদস্য পদো ত্যাগৰ সিদ্ধান্ত
India

কেন্দ্ৰীয় মন্ত্ৰী পদৰ পৰা পদত্যাগ এল মুৰগনৰ, ৰাজ্যসভাৰ সদস্য পদো ত্যাগৰ সিদ্ধান্ত

October 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d