GAD Order:চৰকাৰী অনুষ্ঠানত চাহ-বিস্কুট আৰু পানীৰ বাহিৰে আন খাদ্য দিয়া নহ’ব

সাধাৰণ প্ৰশাসন বিভাগৰ বিশেষ নিদৰ্শনা

janata bhawan

GAD Order:

চৰকাৰী অনুষ্ঠানত খাদ্য পৰিবেশনৰ নামত বৃহৎ পৰিমাণৰ ধন ব্যয় হোৱাৰ প্ৰতি লক্ষ্য ৰাখি সাধাৰণ প্ৰশাসন বিভাগৰ বিশেষ নিৰ্দেশনা ৷

এতিয়াৰ পৰা কোনো চৰকাৰী অনুষ্ঠানত চাহ-বিস্কুট আৰু পানীৰ বাহিৰে আন খাদ্য দিয়া নহ’ব ৷

এনে প্ৰেক্ষাপটত আগন্তুক দিনত চৰকাৰী অনুষ্ঠানত চৰকাৰী এই নিৰ্দেশনা কিমানদুৰ কাৰ্যকৰী হয় সেইয়া হ’ব লক্ষণীয় ৷

Exit mobile version