Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ছিকিমত পুনৰ ভয়ংকৰ ভূমিস্খলন

    ছিকিমত পুনৰ ভয়ংকৰ ভূমিস্খলন

    Indo-Bangla Border:ভাৰত-বাংলাদেশ সীমান্তৰ চাহাদ গণত মহানগৰ আৰক্ষীৰ অভিযানত বৃহৎ চুৰি চক্ৰৰ ঘাটি উৎখাত

    Bongaigaon:বঙাইগাঁও জংচনত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ ৩ শিশু, ৪ মহিলা সহ ১৩ জন লোকক

    চীনত বিশ্বৰ ভিতৰতে সৰ্বাধিক ৬৬.৪ কোটি লোক পৰোক্ষ ধূমপানৰ দ্বাৰা প্ৰভাৱিত হৈছে

    Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ

    Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ

    Insurance of livestock:ৰাজ্যত প্ৰথমবাৰৰ বাবে হ’ব পশুধনৰ বীমা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে পুঁজি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Dispur police arrest much-debated MLA Aftabuddin Mollah:দিছপুৰৰ চৰকাৰী আৱাসৰ পৰা গ্ৰেপ্তাৰ বহুবল্কী কংগ্ৰেছী বিধায়ক আফতাবউদ্দিন মোল্লাক

সাধু-নামঘৰীয়াক ধৰ্ষণকাৰী বুলি উপলুঙা কৰি বিপদত বিধায়ক মোল্লা, আৰক্ষী থানাত এজাহাৰ দিছিল ভেটাপাৰাৰ এজন লোকে, আৰক্ষী আয়ুক্তৰ মাৰাথন জেৰা , কৈফিয়ৎ তলব এপিচিচিৰ, কংগ্ৰেছৰ আফতাবুদ্দিন মোল্লা সন্দৰ্ভত মুখ খুলিব নোৱাৰিব কোনো কংগ্ৰেছীয়ে, এপিচিচিৰ কঠোৰ নিৰ্দেশনা প্ৰতিগৰাকী কংগ্ৰেছীলৈ

publisher by publisher
November 8, 2023
in India, News
Reading Time: 4 mins read
0
Dispur police arrest much-debated MLA Aftabuddin Mollah:দিছপুৰৰ চৰকাৰী আৱাসৰ পৰা গ্ৰেপ্তাৰ বহুবল্কী কংগ্ৰেছী বিধায়ক আফতাবউদ্দিন মোল্লাক
4
SHARES
35
VIEWS
ShareShareShareShare

RelatedPosts

Dispur Police:বলপূৰ্বক মাটি দখল কৰিবলৈ গৈ দিছপুৰ আৰক্ষী জালত

Dispur Police Arrest Much-Debated MLA Aftabuddin Mollah:

ADVERTISEMENT

মন্দিৰৰ সাধু, নামঘৰীয়াৰ বিৰুদ্ধে অপমানসূচক তথা উগ্র সাম্প্রদায়িক মন্তব্য কৰাৰ অভিযোগত মঙলবাৰে নিশা দিছপুৰ আৰক্ষীয়ে দিছপুৰৰ বিধায়ক আৱাসৰ পৰা গ্ৰেপ্তাৰ কৰিলে জলেশ্বৰৰ বিধায়ক আফতাবউদ্দিন মোল্লাক ।

দিছপুৰত থকা পূব গুৱাহাটী আৰক্ষীৰ উপ-আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ত মঙলবাৰে নামঘৰীয়া আৰু পূজাৰী সন্দৰ্ভত বিধায়কজনে কৰা বহু বিতৰ্কিত মন্তব্য সন্দৰ্ভত মহানগৰীৰ ভেটাপাৰাৰ এজন লোকে দাখিল কৰা এখন এজাহাৰৰ ভিত্তিত নিশাই দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে কংগ্ৰেছ বিধায়কজনক।

উল্লেখ্য যে,দিছপুৰৰ বিধায়ক আৱাসৰ এফ ব্লকত থকা ধুবুৰীৰ কংগ্ৰেছী বিধায়ক ৱাজেদ আলী চৌধুৰীৰ আৱাসত জিৰণি লৈ থকা অৱস্থাতে পূৰ্ব আৰক্ষীৰ এটা দলে গৈ গ্রেপ্তাৰ কৰে মোল্লাক ।

সতীৰ্থ বিধায়কৰ আৱাসৰ পৰা গ্ৰেপ্তাৰ পাছত জলেশ্বৰৰ বিধায়কজনক অসম বিধানসভা সচিবালয়ৰ চৌহদতে থকা পূব গুৱাহাটী আৰক্ষীৰ উপ- আৰক্ষী আয়ুক্তৰ কাৰ্যালয়লৈ আনি তাতে সোধপোছ আৰম্ভ কৰা হয়।

বিধায়কজনে কি পৰিস্থিতিত সনাতনী হিন্দু সভ্যতা-সংস্কৃতিৰ বিৰুদ্ধে এনে কটু মন্তব্য কৰিছিল বা কি উদ্দেশ্যৰে এই মন্তব্য কৰিছিল সেই বিষয়ক লৈ আৰক্ষীয়ে সোধপোছ কৰে। বিধায়কজনক গ্ৰেপ্তাৰৰ পাছতে উপ- আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ত উপস্থিত হোৱা মহানগৰ আৰক্ষীৰ আয়ুক্ত দিগন্ত বৰাই মোল্লাক আৰম্ভ কৰে মাৰাথন জেৰা ৷

উল্লেখ্য যে জলেশ্বৰৰ বিধায়কজনে যোৱা চাৰি নৱেম্বৰত গোৱালপাৰাত অনুষ্ঠিত এক ৰাজহুৱা অনুষ্ঠানত মন্দিৰৰ সাধু-নামঘৰীয়াই ধৰ্ষণ কৰে তথা আন কেতবোৰ স্পর্শকাতৰ মন্তব্য কৰিছিল।

বিধায়কজনে হিন্দু সভ্যতা-সংস্কৃতিৰ বিৰুদ্ধে এনে চৰম উপলুঙা তথা উগ্র সাম্প্ৰদায়িক মন্তব্যক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷ বিভিন্ন দল-সংগঠনে বিধায়কজনক গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰে।

আনকি কংগ্ৰেছবো একাংশ জ্যেষ্ঠ নেতাই বিধায়কজনক তেওঁৰ এই মন্তব্যৰ ৰাবে ৰাজহুৱা ক্ষমা খুজিবলৈ আহ্বান জনাই সতীর্থ বিধায়কজনৰ বক্তব্যৰ ছবিৰোধিতা কৰে। ৰাজ্যজুৰি সৃষ্টি হোৱা এনে প্ৰতিক্ৰিয়াৰ পাছতে বিধায়কজনে পাঁচ নৱেম্বৰত তেওঁৰ মন্তব্যৰ বাবে দুখ প্ৰকাশ কৰি ৰাইজৰ ওচৰত ক্ষমাও খুজিছিল ।

ইফালে, কংগ্ৰেছ বিধায়কজনৰ উগ্র সাম্প্রদায়িক মন্তব্যক লৈ ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত সাংবাদিকৰ আগত মুখ্যমন্ত্রী ড:হিমন্ত বিশ্ব শৰ্মাই তীব্র প্রতিক্রিয়া প্ৰকাশ কৰি বিধায়কজনৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণৰ ইংগিত দিছিল।

মুখ্যমন্ত্ৰীয়ে কয় যে ক্ষমা খুজিলেই সকলো শেষ হৈ নাযায়। আইনতকৈ ঊর্ধ্বত কোনো নহয় বুলি মন্তব্য কৰি তেওঁ কয় যে পুৰোহিত, নামঘৰীয়াৰ বিৰুদ্ধে কৰা উপলুঙা, পূৰ্বে ভগৱান শ্ৰীকৃষ্ণৰ বিৰুদ্ধে কৰা অপমান আদি বিষয়সমূহৰ বিৰুদ্ধে সঠিক সময়ত ব্যবস্থা গ্ৰহণ কৰা হ’ব।

কংগ্ৰেছ বিধায়কজনে এই সাম্প্রদায়িক মন্তব্য কৰাৰ পাছত ক্ষমা খোজাৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কৈছিল যে ক্ষমা খোজাটা ৰাজনীতিতহে হয়, আইনত নাই। আদালতত কোনো বিচাৰপতিৰে ক্ষমা দিয়াৰ কৰ্তৃত্ব নাথাকে। গতিকে বিধায়কজনৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’বই বুলি মুখ্যমন্ত্ৰীয়ে ইংগিত দিছিল।

মুখ্যমন্ত্রী ড° শৰ্মাই আফতাবউদ্দিন মোলাৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ ইংগিত দিয়াৰ পাছতে গুৱাহাটীৰ ভেটাপাৰাৰ দীপক কুমাৰ দাস নামৰ এজন সচেতন লোকে মঙলবাৰে দুপৰীয়া দিছপুৰত থকা পূব গুৱাহাটী আৰক্ষীৰ উপ-আয়ুক্ত আৰক্ষীৰ কাৰ্যালয়ত কংগ্ৰেছ বিধায়কজনৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰি হিন্দু সভ্যতাক তেওঁ কৰা অপমানৰ বাবে গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাইছিল।

ইয়াৰ পাছতে আৰক্ষীয়ে এই এজাহাৰৰ ভিত্তিত এটা গোচৰ ৰুজু কৰি মঙলবাৰে নিশা ৯-৫৫ বজাত দিছপুৰ বিধায়ক আৱাসত সতীর্থ বিধায়কৰ ঘৰত আশ্ৰয় লৈ থকা অৱস্থাৰ পৰা আৰক্ষীয়ে মোল্লাক গ্ৰেপ্তাৰ কৰে।

উল্লেখ্য যে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰি ভেটাপাৰাৰ লোকজনে কৈছিল যে কংগ্ৰেছ বিধায়কজনে নামঘৰীয়া আৰু সাধু- সন্তৰ বিৰুদ্ধে অপমানসূচক মন্তব্য কৰি কেৱল হিন্দুকে ক্ষুণ্ণ কৰাই নহয়, বৰঞ্চ হিন্দু- মুছলমানৰ মাজত বিদ্বেষৰ সৃষ্টি কৰাৰ অপচেষ্টা চলাইছিল। এই কুকৰ্মৰ বাবে হিন্দু সমাজে বিধায়কজনক কোনোপধ্যে ক্ষমা কৰিব নোৱাৰে বুলি মন্তব্য কৰি এজাহাৰকাৰীয়ে বিধায়কজনক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনায়।

উল্লেখ্য যে ,নিশা কংগ্ৰেছ বিধায়কজনক গ্ৰেপ্তাৰৰ পাছতে মহানগৰ আৰক্ষীৰ আয়ুক্ত দিগন্ত বৰাই সাংবাদিকৰ আগত কয় যে ৰাজহুৱা স্থানত ৰাজনৈতিক নেতাই ঘৃণাসূচক মন্তব্য কৰিলে তেনে লোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবে উচ্চতম ন্যায়ালয়ৰ এক নির্দেশ আছে।

ন্যায়ালয়ে আৰক্ষীক নিৰ্দেশ দিছিল যে ঘৃণাসূচক মন্তব্য কৰা ব্যক্তিৰ বিরুদ্ধে যদি কোনো পক্ষই এজাহাৰ দাখিল কৰে তেন্তে আৰক্ষীয়ে গোচৰ ৰুজু কৰিব লাগিব আৰু যদি কোনেও এজাহাৰ দাখিল নকৰে তেতে আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিব লাগিব।

মহানগৰ আৰক্ষীৰ আয়ুক্তজনে এই প্রসংগত কয় যে যিহেতু আজি এজন লোকে এখন এজাহাৰ দাখিল কৰিছে, সেয়েহে সেই এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি বিধায়কজনক সোধপোছৰ বাৰে থানালৈ অনা হৈছে। পৰৱৰ্তী সময়ত যাবতীয় কার্যব্যবস্থা গ্রহণ কৰা হ’ব।

ইয়াৰ পূৰ্বে অসম প্ৰদেশ কংগ্ৰেছেও বিধায়ক আফতাবউদ্দিন মোল্লাই মন্দিৰৰ সাধু নামঘৰীয়াৰ বিৰুদ্ধে যোৱা চাৰি নৱেম্বৰত কৰা সাম্প্রদায়িক মন্তব্যৰ বিৰোধিতা কৰি বিধায়কজনৰ বিৰুদ্ধে কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছিল।

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই জাৰি কৰা এই জাননীত বিধায়কজনৰ মন্তব্যক লৈ প্ৰদেশ কংগ্ৰেছ অসন্তুষ্ট বুলি স্পষ্ট কৰি দি তেওঁৰ মন্তব্য তৎকালে প্ৰত্যাহাৰৰ লগতে সংবাদ মাধ্যমৰ জৰিয়তে ৰাজহুৱাভাৱে ক্ষমা খুজিবলৈ নির্দেশ দিছিল।

জাননীত সভাপতি বৰাই এইবুলি কৰিছে- ‘বিগত ৰাজ্যসভাৰ নির্বাচনত আপুনি মুখ্যমন্ত্ৰীৰ নিৰ্দেশত বিজেপি সমর্থিত প্রার্থীৰ ভোটদান কৰা বুলি ৰাজহুৱাভাৱে মন্তব্য কৰিছিল। সেয়েহে বিধায়কজনৰ বিৰুদ্ধে কিয় দলীয় অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰা নহ’ব সেই সম্পৰ্কত কাৰণ দৰ্শাবলৈ বিধায়কজনৰ বিৰুদ্ধে মঙলবাৰেই প্ৰদেশ কংগ্ৰেছৰ সভাপতিজ্ঞান কাৰণ দশোৱাৰ জাননী জাৰি কৰিছিল।

আনহাতে আজি এপিচিচিয়ে কঠোৰ নিৰ্দেশনা জাৰি কৰিছে প্ৰতিগৰাকী কংগ্ৰেছীলৈ ৷ কংগ্ৰেছী বিধায়ক আফতাবুদ্দিন মোল্লা সন্দৰ্ভত মুখ খুলিব নোৱাৰিব কোনো কংগ্ৰেছীয়ে ৷

মনকৰিবলগীয়া যে,বিতৰ্কিত বিধায়ক মোল্লাক আটক কৰাৰ পূৰ্বে মহানগৰ আৰক্ষীয়ে যাৱতীয় অনুমতি লৈছিল অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Dispur Mla HostelDispur police ArrestedMany Controversial CommentMLA Aftabuddin Mollah
publisher

publisher

Related Posts

Auto Draft
Assam

২২ সংৰক্ষিত বনাঞ্চলৰ ভূমিৰ শ্ৰেণী পৰিৱৰ্তন

September 10, 2026
ছিকিমত পুনৰ ভয়ংকৰ ভূমিস্খলন
India

ছিকিমত পুনৰ ভয়ংকৰ ভূমিস্খলন

September 10, 2026
Indo-Bangla Border:ভাৰত-বাংলাদেশ সীমান্তৰ চাহাদ গণত মহানগৰ আৰক্ষীৰ অভিযানত বৃহৎ চুৰি চক্ৰৰ ঘাটি উৎখাত
Assam

Indo-Bangla Border:ভাৰত-বাংলাদেশ সীমান্তৰ চাহাদ গণত মহানগৰ আৰক্ষীৰ অভিযানত বৃহৎ চুৰি চক্ৰৰ ঘাটি উৎখাত

September 9, 2026
Bongaigaon:বঙাইগাঁও জংচনত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ ৩ শিশু, ৪ মহিলা সহ ১৩ জন লোকক
Assam

Bongaigaon:বঙাইগাঁও জংচনত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ ৩ শিশু, ৪ মহিলা সহ ১৩ জন লোকক

September 9, 2026
চীনত বিশ্বৰ ভিতৰতে সৰ্বাধিক ৬৬.৪ কোটি লোক পৰোক্ষ ধূমপানৰ দ্বাৰা প্ৰভাৱিত হৈছে
India

চীনত বিশ্বৰ ভিতৰতে সৰ্বাধিক ৬৬.৪ কোটি লোক পৰোক্ষ ধূমপানৰ দ্বাৰা প্ৰভাৱিত হৈছে

September 9, 2026
Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ
Assam

Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ

September 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d