Today Horoscope: দিনটোৰ ৰাশিফল

horoscope new 1

Today Horoscope: দিনটোৰ ৰাশিফল

মেষ: বিশেষ কোনো কামত সফলতা পাব। শৰীৰ দুৰ্বল অনুভৱ কৰিব। আবেলি পাঁচ বজাৰ পাছত চাইচিতি যাত্রা কৰিব। আপোনাৰ শুভ বং বগা।

বৃষ: কর্মক্ষেত্রত উচ্চ পদস্থ বিষয়াৰ স’তে সু-সম্পর্ক স্থাপন। পৰাপক্ষত যাত্রা নকৰাই ভাল। শুভ ৰং গুলপীয়া। প্রেমত আনন্দ।

মিথুন: সামাজিক কর্মত জড়িতসকলে উন্নত পৰিৱেশ পাব। বিদ্যার্থীসকলৰ শুভ। দিনটোত এবাৰ বগা ৰঙৰ বস্ত্ৰ পৰিধান কৰি মন্দিৰত যাব। যাত্রা শুভ হ’ব।

কর্কট: কৰ্মত কঠোৰ পৰিশ্ৰমৰ অন্তত লাভৰ মুখ দেখা পাব। দাম্পত্যত মত বিৰোধ হ’ব পাৰে। যাত্রা কৰিব পাৰে। শুভ বং ক’লা।

সিংহ: কন্যা সন্তানৰ প্ৰতি চকু দিয়ক। যাত্রা কৰিলে সাৱধানে কৰিব। শুভ ৰং সেউজীয়া। পাৰিবাৰিক অশান্তিত ভুগিব পাৰে।

কন্যা: ব্যৱসায়ত উন্নতি। যোগাযোগত খুউব বেয়া নহয়। শুভ ৰং ৰঙা। ৰঙা ৰঙৰ সূতাৰে হাতত পাঁচ পাক দি মেৰিয়াই লৈ যাত্ৰা কৰিলে সফল হ’ব।

তুলা: কর্মত সফলতা লাভ কৰিব। যাত্রা কৰিলে বেঙুনীয়া ৰঙৰ পৰিধান কৰিব। যাত্রা শুভ হ’ব। প্রেমত আনন্দ।

বৃশ্চিক: সাংস্কৃতিক কর্মত জড়িতসকলে সফলতা লাভ কৰিব। যাত্রা কৰিলে সেউজীয়া বঙৰ বস্ত্ৰ পৰিধান কৰিব। বিদ্যাত শুভ।

ধনু: যাত্রা কৰিব পাৰে। দিনটো ফৰকাল। শিৱৰ মন্ত্র জপ কৰিব। পাতল নীলা বং আপোনাৰ বাবে শুভ। প্রেমত বুজাবুজি।

মকৰ: পুৰণা বন্ধু-বান্ধৱক লগ পাই সুখী হ’ব। ব্যৱসায়ত আয় বৃদ্ধিৰ কাৰকতা। ৰঙা ৰঙৰ ব্যৱহাৰে যাত্রা শুভ কৰিব।

কুম্ভ: আর্থিক দিশত বাধাগ্রস্ত হ’ব। শুভ ৰঙ কমলা ৰঙৰ । এই ৰঙ ব্যৱহাৰে যাত্রা শুভ কৰিব।

মীন: ব্যৱসায়ত দিনটো শুভ। পাৰিবাৰিক দিশতো শুভ। পুৱা যাত্রা কৰিব।

Exit mobile version