Today Horoscope: দিনটোৰ ৰাশিফল

horoscope new 1

Today Horoscope: দিনটোৰ ৰাশিফল

মেষ: শৰীৰ বৰ ভালেৰে নাযাব পাৰে। আপুনি পুৱা-গধূলি শিৱৰ মন্ত্র জপ কৰিব। কর্মক্ষেত্ৰত বাধা নাই। শুভ ৰং পাতল হালধীয়া।

বৃষ: গুৰুত্বপূর্ণ কাম হাতত ভাবি-চিন্ত ল’ব। বিদ্যাৰ্থীৰ বাবে শুভ দিন। শুভ ৰং কমলা। ঘৰুৱাত শুভ।

মিথুন: সন্ধ্যা মন্দিৰত যাব আৰু ৰঙা ফুলেৰে পূজা কৰিব। পশ্চিম দিশত যাত্রা কৰোতে সাৱধান হ’ব। শুভ ৰং ৰঙা। বিদ্যাত শুভ।

কর্কট: মেৰুণ ৰং ব্যৱহাৰ কৰিব। কর্মব্যস্ততা বাঢ়িব। ব্যৱসায়ত আয়-বৃদ্ধিৰ কাৰকতা। শুভ কৰ্ম কৰিব পাৰে।

সিংহ: আনন্দ প্রাপ্তিৰ যোগ। দিনত নিৰামিষ আহাৰ গ্ৰহণ কৰিব। যোগাযোগত বেয়া নহয়। বগা ৰঙৰ বস্ত্ৰ পৰিধান কৰি সন্ধ্যা মন্দিৰত চাকি জ্বলাব।

কন্যা: গোলপীয়া ৰঙৰ ব্যৱহাৰে আপোনাৰ যাত্রা শুভ কৰিব। সন্ধ্যা মন্দিৰত যাব আৰু হালধীয়া ৰঙৰ ফুলেৰে পূজা কৰিব।

তুলা: পৰাপক্ষত দিনটোত যাত্রা নকৰাই ভাল। হালধীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰিব। আকস্মিক অৰ্থ প্ৰাপ্তিৰ যোগ।

বৃশ্চিক: শৰীৰৰ প্ৰতি যত্ন লওক। বগা ৰুমাল ব্যৱহাৰ কৰিব। বাণিজ্যিক দিশত উন্নত দিন। যাত্ৰাৰ বাবেও দিনটো শুভ।

ধনু: দুপৰীয়া ১২ বজাৰ পাছত যাত্রা নকৰাই ভাল। নীলা বং শুভ। বিদ্যাত জটিলতা হ’ব পাৰে।

মকৰ: অত্যন্ত শুভ কথাতো সন্তোষ কম পাব। পুৱাৰ ভাগত যাত্রা কৰিলে ক’লা ৰং ব্যৱহাৰ নকৰিব। আবেলি তিনি বজাৰ পাছত যাত্রা নকৰিব।

কুম্ভ: কর্মক্ষেত্রত বাধা নাই। আজি আপুনি ভ্ৰমণ কৰিলে বিষ্ণু মন্দিৰত পূজা কৰি সোঁ হাতত ৰঙা সূতা বান্ধি ল’ব। ৰঙা ৰঙৰ বস্ত্ৰ পৰিধান কৰিব।

মীন: দৰকাৰী কামত অৱহেলা নকৰিব। শুভ ৰং পাতল গুলপীয়া। সন্ধ্যা তুলসীৰ তলত চাকি জ্বলাব। বিদ্যার্থীসকলে কষ্ট কৰিব লাগিব। তুলসীৰ তলত চাকি জ্বলাব। বিদ্যার্থীসকলে কষ্ট কৰিব লাগিব।

Exit mobile version