West Karbianglong Bjp Bijoy Samidhi Rally:সংগীতানুষ্ঠান-নৃত্যৰে পশ্চিম কাৰ্বি আংলঙত বিজেপিৰ ঐক্য, বিজয় আৰু সমৃদ্ধি শীৰ্ষক ৰেলী

tuliram 1

West Karbianglong Bjp Bijoy Samidhi Rally:

সংগীতানুষ্ঠান-নৃত্যৰে পশ্চিম কাৰ্বি আংলঙত বিজেপিৰ ঐক্য, বিজয় আৰু সমৃদ্ধি শীৰ্ষক ৰেলী। কাৰ্বি পৰিষদীয় কপিলী সমষ্টিত বিশাল ৰেলীৰে ইতিমধ্যে পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনত মুখ থেকেছা খোৱা কংগ্রেছক প্ৰত্যাহ্বান জনোৱাৰ লগতে বিজেপিয়ে বজায় আগন্তুক লোকসভা নিৰ্বাচনৰ নিৰ্বাচনী ৰণডংকা

সমাগত লোকসভা নিৰ্বাচনত দেশত পুনৰ বিজেপিৰ বিজয়ধৱজ্জা উৰিব আৰু নৰেন্দ্ৰ মোডী পুনৰ প্ৰধানমন্ত্ৰী হব বুলি দৃঢ় দাবী কৰে কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে

সমান্তৰালকৈ ৰংহাঙে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক উচ্চ প্ৰশংসা কৰি কয় যে বিগত নিৰ্বাচনৰ সময়ছোৱাত কাৰ্বি আংলঙবাসীক দিয়া প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰি ৰাইজৰ সমস্যা দূৰ কৰি গৈছে, উন্নয়ন আৰু বিকাশৰ ক্ষেত্ৰত অধিক গুৰুত্ব প্ৰদান কৰি সৰ্বাংগীন উন্নয়ন সাধন কৰিছে বুলি মন্তব্য কৰে ৰংহাঙে।

উক্ত ৰেলীত কাৰ্বি পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য তুলিৰাম ৰংহাং, বৈঠালাংছʼৰ বিধায়ক ৰূপছিং তেৰন, ডিফুৰ বিধায়ক বিদ্যাছিং ইংলেঙৰ উপৰি কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্যসকল, পৰিষদসকল উপস্থিত থাকে ।

Exit mobile version