Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি

    নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান

    বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে

    ‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী

    ১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম

    ডিগবৈ লক্ষীপথাৰত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Bjp State Executive In Sankardev kalakhetra:১৪ টা লোকসভা সমষ্টিত ১৪ টা বিশাল ৰেলী

ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সভা সম্পন্ন, অসম বিজেপিয়ে ভাৰতৰ ভিতৰতে উল্লেখনীয় প্ৰদৰ্শন আগবঢ়াইছে : মুখ্যমন্ত্ৰী

publisher by publisher
May 20, 2023
in Assam, India, News
Reading Time: 2 mins read
0
Bjp State Executive In Sankardev kalakhetra:১৪ টা লোকসভা সমষ্টিত ১৪ টা বিশাল ৰেলী
2
SHARES
16
VIEWS
ShareShareShareShare

RelatedPosts

Cm Himanta Viswa Sarma:১২মে’ত অসমত এনডিএ চৰকাৰৰ শপত গ্ৰহণৰ ইংগিত মুখ্যমন্ত্ৰীৰ

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

Akhil Gogoi’s open letter:মুখ্যমন্ত্রীৰ আক্রমণৰ প্ৰত্যুত্তৰ দি ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মুকলি পত্ৰ

Bjp State Executive In Sankardev kalakhetra :

ADVERTISEMENT

ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ কাৰ্যনিৰ্বাহক সভাখন আজি শ্ৰীমন্ত শংকৰদেৱৰ কলাক্ষেত্ৰ আন্তজাৰ্তিক প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ যায়। চলিত বৰ্ষৰ দ্বিতীয়খন কাৰ্যনিৰ্বাহক সভাত ৰাজ্যিক সভাপতি ভৱেশ কলিতাই সভাপতিত্ব কৰে।

আজিৰ সভাত অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰীদ্বয় সৰ্বানন্দ সোণোৱাল, ৰামেশ্বৰ তেলী, ভাৰতীয় জনতা পাৰ্টিৰ সাধাৰণ সম্পাদক দিলীপ শইকীয়া,ভাৰতীয় জনতা পাৰ্টিৰ উপ সভাপতি তথা অসমৰ প্ৰভাৰী বৈজয়ন্ত জয় পাণ্ডা, সহ প্ৰভাৰী পৱন শৰ্মা আৰু উত্তৰ-পূবৰ সমন্বয়ক তথা ৰাষ্ট্ৰীয় মুখপাত্ৰ সম্বিত পাত্ৰ উপস্থিত থাকে।

কাৰ্যনিৰ্বাহকৰ আদৰণি ভাষণত সভাপতি কলিতাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে সফলতাৰে দুটা বৰ্ষ অতিক্ৰম কৰাৰ বাবে অসম চৰকাৰক ধন্যবাদ জনায়। দলৰ অনাগত কাৰ্যসূচীৰ ওপৰত বক্তব্য ৰাখি ভৱেশ কলিতাই কয়, বিজেপিৰ উদ্যোগত অসমৰ ১৪ টা লোকসভা সমষ্টিত হ’ব ১৪ টা বিশাল ৰেলীৰ লগতে কেইবাখনো বিশাল জনসভা অনুষ্ঠিত হব।

এই জনসভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ৰাষ্ট্ৰীয় সভাপতি জগত প্ৰকাশ নাদ্দা, কেন্দ্ৰীয় মন্ত্ৰীদ্বয় অমিত শ্বাহ আৰু  ৰাজনাথ সিং উপস্থিত থাকিব। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সভাত ভাষণ প্ৰদান কৰি কয় যে, বিজেপিৰ জয়যাত্ৰা অব্যাহত থাকিবলৈ হ’লে কাৰ্যকৰ্তা সকল জনতাৰ কাষলৈ যাব লাগিব। তেওঁ লগতে কয়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সাৱলীল নেতৃত্বত ভাৰতবৰ্ষ বিশ্বগুৰু হবলৈ তীব্ৰ গতিত আগুৱাই গৈছে। নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশৰ জনসাধাৰণ সৰ্বাংগীন বিকাশ হৈছে একেদৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমতো বিকাশৰ বন্যা বৈছে।

আজিৰ সভাত ৰাজ্যিক সম্পাদিকা অপৰাজিতা ভূঞাই শোক প্ৰস্তাব পাঠ কৰে। উপ- সভাপতি ড০ ৰাজদীপ ৰয়ে ধন্যবাদ সূচক পাঠ কৰে। ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় উপ সভাপতি তথা অসমৰ প্ৰভাৰী বৈজয়ন্ত জয় পাণ্ডা, ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মাই সাংগঠনিক দিশত দলীয় কাৰ্যকৰ্তা সকলক উদ্দেশ্যি বক্তব্য প্ৰদান কৰে।

বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ তথা উত্তৰ- পূব ভাৰতৰ সমন্বয়ক সম্বিত পাত্ৰই কেন্দ্ৰীয় চৰকাৰৰ নৱম বৰ্ষপূৰ্তি উপলক্ষে দলীয় কাৰ্যকৰ্তা সকলৰ কৰণীয় কাৰ্যৱলীৰ ওপৰত বক্তব্য প্ৰদান কৰে। আনহাতে ৰাজ্যিক সাধাৰণ সম্পাদক পুলক গোহাঁই দলৰ অনাগত মহা জনসম্পৰ্ক অভিযান বক্তব্য প্ৰদান কৰাৰ লগতে আন এগৰাকী ৰাজ্যিক সাধাৰণ সম্পাদক আৰু দিপ্লুৰঞ্জন শৰ্মাই দলৰ বুথ সৱলীকৰণ কাৰ্যসূচীৰ ওপৰত বক্তব্য প্ৰদান কৰে।

সভাত সামৰণি ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়, অসম বিজেপিয়ে ভাৰতৰ ভিতৰতে উল্লেখনীয় প্ৰদৰ্শন আগবঢ়াইছে। লোক সভাৰ নিৰ্বাচনৰ পূৰ্বেই অসমত ১৫০ মণ্ডল কাৰ্যালয় নিৰ্মাণ সম্পূৰ্ণ হব। দলৰ কাৰ্যকৰ্তা সকলক জনসাধাৰণ সুখ-দুখৰ সমভাগী হবলৈ আহ্বান জনাই ড০ শৰ্মাই কয় কাৰ্যকৰ্তা সকলে শাসক দলৰ নহয় বিজেপি মনোভাৱেৰে কাম কৰি যাব লাগিব। তেওঁ লগতে কয় অহা ২৫ মে’ অসমবাসীৰ বাবে গুৰুত্বপূৰ্ণ দিন।

উক্ত দিনা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত ৪৫ হাজাৰ যুৱক-যুৱতীক নিযুক্তি পত্ৰ বিতৰণ কৰিব। দলৰ মহা অভিযান সম্পৰ্কৰ লগত সংগতি ৰাখি শৰ্মাই দলীয় কাৰ্যকৰ্তা সকলক ৪৫ হাজাৰ যুৱক যুৱতীৰ লগতে ৱৰ্ল্ড ৰেকৰ্ড স্থাপন কৰা বিহুৱা-বিহুৱতী সকলক শুভেচ্ছা জনাবলৈ আহ্বান জনায়। আজিৰ সভাত ৰাজ্যিক বিজেপিৰ বিষয়ববীয়া, মুখপাত্ৰ, জিলা সভাপতিৰ লগতে সকলো কাৰ্যনিৰ্বাহক সদস্য উপস্থিত আছিল।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Assam BJPCm Himanta Biswa SarmaSri Manta Sankardev KalakhetraState Executive MeetingUnion Minister Sarbananda Sonowal
publisher

publisher

Related Posts

চিকিৎসাধীন ভোগেশ্বৰ বৰুৱাৰ স্বাস্থ্যৰ বুজ ল’লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
Assam

October 16, 2026
বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি
Assam

বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি

October 16, 2026
নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান
India

নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান

October 16, 2026
বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে
India

বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে

October 16, 2026
‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী
India

‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী

October 16, 2026
১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম
India

১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম

October 16, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d