Income Tax Raid :ওড়িশা আৰু ঝাৰখণ্ডত আয়কৰ বিভাগৰ মাৰাথন অভিযান

ওড়িশাত সুৰা মাফিয়াৰ কোম্পানীত জাপে জাপে ওলাইছে টকা, জব্দ ৫০ কোটি টকা

note recover 1

Income Tax Raid :

বৃহস্পতিবাৰে পুৱাৰে পৰা আয়কৰ বিভাগৰ বিশেষ গোটে আয়কৰ ফাঁকি দিয়া কে’বাটাও ব্যৱসায়ী প্ৰতিষ্ঠানত চলায় মাৰাথন অভিযান

ADVERTISEMENT

ওড়িশাৰ বালাংগীৰ আৰু সম্বলপুৰত থকা সুৰা মাফিয়াৰ কোম্পানীত অভিযান চলাই জব্দ কৰে ৫০ কোটি টকা ৷ বৌধ ডিষ্টিলৰিজ প্ৰাইভেট লিমিটেড নামৰ কোম্পানীটোৰ কে’বাটাও গডৰেজৰ পৰা বান্দোলে বান্দোলে ওলাই নগদ ধন ৷
একেদৰে কোম্পানীটোৰ ঝাৰখণ্ডৰ লোহাৰডাগাতো থকা আন এক চৌহদতে অভিযান চলাই জব্দ কৰে কে’বাকোটি টকা ৷50

উল্লেখ্য যে, অভিযানত জব্দকৃত টকাৰ পৰিমাণ ইমানেই বেছি আছিল যে গণনা কৰাৰ ফলত মাজভাগতে বিকল হৈ পৰিছিল টকা গণনা কৰা মেচিন।

Exit mobile version