Drug Addict Arrested In Jalukbari:ৰাজহুৱা স্থানত ড্ৰাগছ আসক্ত যুৱকক আটক ৰাইজৰ

drugs

Drug Addict Arrested In Jalukbari:

শনিবাৰে মহানগৰীৰ জালুকবাৰীত একাংশ যুৱকে মুকলিভাৱে ৰাজহুৱা স্থানত ড্ৰাগছ সেৱন কৰি থকা অৱস্থাত ৰাইজে হাতে-লোটে কৰায়ত্ত কৰে এজনক ৷ অৱশ্যে আন কেইজনে পলায়ন কৰে ৷

ধৃত যুৱকজনে ছিৰিঞ্জ লৈ থকা অৱস্থাত ৰাইজে কৰায়ত্ব কৰে ৷ ইতিমধ্যে জালকবাৰী আৰক্ষীক চমজাই দিয়া ধৃত যুৱকজনৰ নাম ৰূপম তালুকদাৰ।

উল্লেখ্য যে,আটকাধীন ড্ৰাগছ আসক্ত যুৱকজন বিভিন্ন চুৰি কাৰ্যৰে জড়িত থকাৰ অভিযোগ উদ্থাপিত হৈছিল ৷

Exit mobile version