Theft:মহানগৰীত পুনৰ চিলনী চোৰৰ সন্ত্রাস

mobile theft

Theft:

স্মাৰ্ট আৰক্ষীক চেলেন্স দি মহানগৰীত চিলনী চোৰে অব্যাহত ৰাখিছে সোণৰ চেইন চুৰি কাণ্ড ।

ADVERTISEMENT

মহানগৰীৰ কটাহবাৰী তিনিআলিত দিন দুপৰতে চিলনী চোৰে এগৰাকী মহিলাৰ পৰা থপিয়াই নিয়ে ম’বাইল

স্কুটাৰত অহা তিনি দুৰ্বৃত্তই পথৰে খোজ কাঢ়ি গৈ থকা এগৰাকী শিক্ষয়িত্ৰীৰ হাতৰ পৰা ম’ বাইল থপিয়াই উধাও হয় ৷

ইপিনে ঘটনাৰ খবৰ পাই ঘটনাস্থলীত গড়চুক আৰক্ষী উপস্থিত হৈ দুৰ্বৃত্তৰ সন্ধানত অভিযান আৰম্ভ কৰিছে ৷

Exit mobile version