MP Nav Kumar Sharania is likely to be dismissed from his seat:কোকৰাঝাৰৰ সাংসদ নৱ কুমাৰ শৰণীয়াৰ সাংসদ পদ খাৰিজ হোৱাৰ সম্ভাৱনা !

naba sarania

MP Nav Kumar Sarania is Likely to be Dismissed From His Seat:

কোকৰাঝাৰৰ সাংসদ নৱ কুমাৰ শৰণীয়াৰ সাংসদ পদ খাৰিজ হোৱাৰ সম্ভাৱনা ৷ সাংসদ নৱ কুমাৰ শৰণীয়াই গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা অনুসূচিত জনজাতি প্ৰমাণ-পত্ৰ খন আজি নাকচ কৰে ন্যায়ালয়ে। একেদৰে ন্যায়ালয়ে শৰণীয়াৰ বড়ো-কছাৰী মূলৰ নহয় বুলি ৰায় প্ৰদান কৰে ৷

এনেক্ষেত্ৰত আসন্ন লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব পাৰে নৱ কুমাৰ শৰণীয়াই

Exit mobile version