Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Nagaon:নগাঁও জিলা আয়ুক্ত পদৰ পৰা অব্যাহতি লোৱাৰ পূৰ্বে একাংশ মণ্ডলক তিনিবাৰকৈ বদলিৰ তথ্য ফাদিল: ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি

    Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

    GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট

    IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ

    মাহৰ পাছত মাহ ৰেচন নোলোৱা গ্ৰাহকৰ কাৰ্ড হ’ব পাৰে নিষ্ক্ৰিয়!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    এবছৰৰ ভিতৰতে বিশ্বত ভূজল হ্ৰাসৰ সংকট ন শতাংশ বৃদ্ধি পালে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

AAP Opposes Guwahati High Court’s Transfer: গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্থানান্তৰণৰ সিদ্ধান্তক তীব্ৰ বিৰোধিতা আপৰ সভাপতি ভবেন চৌধুৰীৰ

অধিবক্তা সমাজৰ বিৰোধিতালৈ পূৰ্ণ সমৰ্থন আপ-অসমৰ

publisher by publisher
August 9, 2023
in Uncategorized
Reading Time: 2 mins read
0
AAP Opposes Guwahati High Court’s Transfer: গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্থানান্তৰণৰ সিদ্ধান্তক তীব্ৰ বিৰোধিতা আপৰ সভাপতি ভবেন চৌধুৰীৰ
2
SHARES
18
VIEWS
ShareShareShareShare

RelatedPosts

North Guwahati:উত্তৰ গুৱাহাটী চিলা কৰৈবাৰী ৰাষ্ট্ৰীয় ঘাইপথত গৰুভৰ্তি বাহন জব্দ

Wild Buffalo Injured in North Guwahati:উত্তৰ গুৱাহাটীৰ লেঙাত দুষ্কৃতিকাৰীয়ে শৰবিদ্ধ কৰা বনৰীয়া ম’হক উদ্ধাৰ বন বিভাগৰ

Seized Cow Death:ৰাজ্যত ধোৱা চাঙত উঠিছে প্ৰানী সুৰক্ষা আইন

AAP Opposes Guwahati High Court’s Transfer:

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা সমাজকে ধৰি কোনো অংশীদাৰৰ লগত আলোচনা নকৰাকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজাববীয়াকৈ উচ্চ ন্যায়ালয়খন বৰ্তমানৰ স্থানৰ পৰা উত্তৰ গুৱাহাটীলৈ স্থানান্তৰৰ সিদ্ধান্তক আম আদমি পাৰ্টীৰ ৰাজ্যিক সভাপতি ডা: ভবেন চৌধুৰীয়ে তীব্ৰ বিৰোধিতা কৰিছে।

ADVERTISEMENT

এক বিবৃতিযোগে তেওঁ কয় যে ১৯৪৮ চনতে স্থাপন কৰা ঐতিহ্যমণ্ডিত উচ্চ ন্যায়ালয়খনৰ লগত জড়িত হৈ আছে অসমৰ জনতা আৰু অধিবক্তা সমাজৰ আবেগ। এই আবেগক আওকাণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অধিবক্তা সমাজৰ লগত কোনো আলোচনা নকৰাকৈ চূড়ান্ত মইমতালিৰে উচ্চ ন্যায়ালয়খন উত্তৰ গুৱাহাটীৰ ৰংমহল নামৰ স্থানলৈ স্থানান্তৰিত কৰিব বিচৰাৰ আঁৰত কি স্বাৰ্থ জড়িত হৈ আছে বুলি প্ৰশ্ন উত্থাপন কৰে আম আদমি পাৰ্টীয়ে।

বৰ্তমানৰ ঐতিহ্যমণ্ডিত স্থানৰ পৰা উচ্চ ন্যায়ালয়খন গুৱাহাটী কাষৰীয়া অঞ্চললৈ লৈ গ’লে ন্যায়ালয়ত কৰ্মৰত অধিবক্তাসকলৰ যাতায়াতৰ ক্ষেত্ৰত ভীষণ অসুবিধাৰ সন্মুখীন হোৱাৰ বিপৰীতে ৰংমহলত ইতিমধ্যে মাটি ক্ৰয় কৰি থোৱা একাংশ ধনিক শ্ৰেণী লাভান্বিত হ’ব।

এতিয়া প্ৰশ্ন হয়, জীৱনত একমাত্ৰ মাটি-সম্পত্তিকে গোটোৱা তথা সমাজ জীৱনলৈ কোনো ধৰণৰ বৰঙনি আগ নবঢ়োৱা ধনিক শ্ৰেণীটোৰ লগত হিমন্ত বিশ্ব শৰ্মা থাকিব নে অধিবক্তা সমাজৰ লগত থাকিব ?

এই বিবৃতিযোগে উচ্চ ন্যায়ালয়ৰ অধিবক্তা সমাজৰ লগত আম আদমি পাৰ্টী থাকিব বুলি ঘোষণা কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AAP OpposesGuwahati High Court's TransferNorth Guwahati
publisher

publisher

Related Posts

Doner Ministry:অসম চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাৰ বাবেই ২১১ কোটিৰ উন্নয়ন প্রকল্প বাতিল কৰিলে ড’নাৰে
Uncategorized

September 22, 2026
তথ্যৰ অমিল আৰু মেপিং নথকাৰ বাবে নিৰ্বাচন আয়ুক্ত আৰু শীৰ্ষ আমোলালৈ জাননী প্ৰেৰণ
Uncategorized

তথ্যৰ অমিল আৰু মেপিং নথকাৰ বাবে নিৰ্বাচন আয়ুক্ত আৰু শীৰ্ষ আমোলালৈ জাননী প্ৰেৰণ

September 20, 2026
বিহপুৰীয়াৰ জুবিন ক্ষেত্ৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিৰ স্থাপনৰ কাম শুভাৰম্ভ
Uncategorized

বিহপুৰীয়াৰ জুবিন ক্ষেত্ৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিৰ স্থাপনৰ কাম শুভাৰম্ভ

September 20, 2026
গুৱাহাটীত য়ামাহাৰ ৰোমাঞ্চকৰ ট্ৰেক ডে’ অভিজ্ঞতাৰ আয়োজন
Uncategorized

গুৱাহাটীত য়ামাহাৰ ৰোমাঞ্চকৰ ট্ৰেক ডে’ অভিজ্ঞতাৰ আয়োজন

September 20, 2026
ৰামদিয়াত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ:  হৰিনাম ধ্বনিৰে মুখৰিত ৰামদিয়া
Uncategorized

ৰামদিয়াত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ:  হৰিনাম ধ্বনিৰে মুখৰিত ৰামদিয়া

September 20, 2026
Nagaon EVM Training নগাঁৱত প্ৰিজাইডিং বিষয়াৰ বিশেষ ইভিএম প্ৰশিক্ষণত জিলা আয়ুক্ত
Uncategorized

Nagaon EVM Training নগাঁৱত প্ৰিজাইডিং বিষয়াৰ বিশেষ ইভিএম প্ৰশিক্ষণত জিলা আয়ুক্ত

September 20, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d