Drugs Seize With Paddler Arrested:খানাপাৰাৰ ৰাজহুৱা শৌচালায়ত উদ্ধাৰ ২৩টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ

ধৃত দুই ড্ৰাগছ সৰবৰাহকাৰী

drugs

Drugs Seize With Paddler Arrested:

মহানগৰীৰ খানাপাৰাত অসম আৰক্ষীৰ বিশেষ আৰক্ষী গোটৰ ড্ৰাগছ বিৰোধী অভিযান ৷
এছ টিএফে বিশেষ সূত্ৰৰ পমখেদি খানাপাৰাৰ ৰাজহুৱা শৌচালায়ত অৰ্তকিতে অভিযান চলাই ২৩টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ জব্দ কৰাৰ লগতে দুই ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে ৷

ধৃত ড্ৰাগছ সৰবৰাহকাৰীৰ পৰা এছ টি এফে জব্দ কৰে এটা চুৰি ম’বাইল,তিনি হাজাৰ টকা আৰু এটা চিৰিঞ্জ সহ কেতবোৰ নথি-পত্ৰ ৷ ড্ৰাগছ সৰবৰাহকাৰী দুটাৰ নাম মুকুট মণ্ডল আৰু ৰাজদ্বীপ চুংকাৰাং ৷

Exit mobile version