Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Jonbeel Mela:ভৈয়ামলৈ নামি আহিল পাহাৰৰ মামা-মামী

publisher by publisher
January 19, 2024
in India, Assam, News
Reading Time: 3 mins read
0
Jonbeel Mela:ভৈয়ামলৈ নামি আহিল পাহাৰৰ মামা-মামী
2
SHARES
21
VIEWS
ShareShareShareShare

Jonbeel Mela:

প্রাচীন তিৱা ৰাজ্যৰ গৌৰৱময় সংস্কৃতিৰ বাহক, ইতিহাস প্রসিদ্ধ গোভাৰাজ্যৰ জোনবিল মেলা কালিৰে পৰা জোনবিলৰ পাৰত তিনিদিনীয়া বিস্তৃত আৰু বর্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হয়।

ADVERTISEMENT

১৬শ শতিকাৰ তিৱা ৰাজ্য গোভাৰ ঐতিহ্য পৰম্পৰাৰে সমৃদ্ধ এই জোনবিল মেলাখন বৃহস্পতিবাৰে পুৱা ছয়বজাত গোভা দেওৰজা চাৰি ভাই দেওশাল শিৱথানত মাংগলিক পৰ্বৰে আৰম্ভ হয়। এই অনুষ্ঠানৰ পাছতে ইউনেস্কোৰ দ্বাৰা জোনবিলৰ তথ্য চিত্ৰ আৰম্ভ কৰাৰ পাছতেই গাভৰু আমৰ বক্ষত বন্তি প্রজ্বলন কৰা হয়। পুৱা ন বজাত জোনবিল মেলাস্থলীত বন্তি প্রজ্বলন কৰে জোনবিল মেলা উন্নয়ন সমিতিৰ সভাপতি সোণেশ্বৰ দলৈয়ে।

RelatedPosts

Silghat:শিলঘাটৰ জাহাজ ঘাটৰ পৰা জাগীৰোডৰ চেমিকণ্ডাক্টৰ প্ৰকল্পলৈ বৃহৎ যন্ত্রাংশ

Jagiroad:জাগীৰোডত নিৰ্মীয়মাণ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্প পৰিদৰ্শন কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনৰ

Road Accident:জাগীৰোডত ভয়ংকৰ পথ দুৰ্ঘটনা

সেই jonbilস্থানতেই জোনবিলৰ গীত পৰিৱেশনৰ লগে লগে বহুকেইজন আমন্ত্রিত অতিথিৰ উপস্থিতিত পতাকা উত্তোলন কৰি জোনবিল মেলাৰ কাৰ্যসূচী আৰম্ভ কৰে গোভা ৰাজ্যৰ ৰজা দীপসিং দেওৰজাই। দিনৰ ভাগত প্রাচীন মেলাখনৰ বাবে ইতিমধ্যে পাহাৰৰ পৰা আগমন ঘটে বহুসংখ্যক পাহাৰীয়া অঞ্চলৰ লোক।

মামা-মামী সম্বোধনৰে আগমন ঘটা মেঘালয়, কার্বি আংলঙৰ লংপ, মৰঙা, উমদেন, উমতাই, উমডোঙা, উমচিয়াং, উমজাৰী, উমদেংখুলাই, মাজৰ, মায়ং, চুমিদাং, লুমফৈ, আমদাং, আমদঙা, লেমেৰা, খাৰখুজি, আমবাট, মার্জং, বালিখুজি, দাপমাছাল, নুনফৈ আদি বহু পাহাৰীয়া গাঁৱৰ জনজাতীয় ৰাইজে মেটমৰা বোজালৈ জোনবিলৰ মেলাত ভৈয়ামত হেৰাই যোৱা প্রাচীন ঐতিহ্যময় সংস্কৃতি বিনিময় প্রথা জিলিকাই তুলিব।

বিয়লি ভাগত উত্তৰ-পূব ক্ষেত্র সাংস্কৃতিক কেন্দ্ৰৰ সাংস্কৃতিক অনুষ্ঠানৰ পাছতে পাহাৰৰ মামা-মামীসকল লগত গোভাৰজাৰ বাৰ্তালাপ অনুষ্ঠান অনুষ্ঠিত হয়। সন্ধিয়াৰ ভাগত জ্যেষ্ঠ সাংবাদিক অজিত শর্মা আৰু জনার্দন পাতৰ মছৰঙৰ সম্পাদনাত প্রকাশ পোৱা জোনবিল মেলাৰ আয়োজক সমিতিৰ স্মৃতিগ্রন্থ ‘জোনবিল’ উন্মোচন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি শৰ্মাই।

স্মৃতিগ্রন্থখন উন্মোচন কৰি সভাপতি শর্মাই ভাষণত পাহাৰ-ভৈয়ামৰ সম্প্রীতি ঐতিহ্য বহন কৰি অহা প্রাচীন জোনবিল মেলাখন স্বাভিমানৰ প্রতীক বুলি উল্লেখ কৰাৰ উপৰি জোনবিলৰ ঐতিহ্যই তিৱা জনজাতিৰ লোকসকলক জীয়াই ৰাখিব বুলি কয়।

ভাষণ প্রসংগত আছুৰ কেন্দ্রীয় সভাপতিজনে পুনৰ কয় যে তিৱা জনজাতিৰ ঐতিহাসিক সমল সমূহ সংৰক্ষণ কৰিবলৈ জোনবিলত এটা গবেষণা কেন্দ্র প্রতিষ্ঠা হ’ব লাগিব। জোনবিলৰ ভূমি সংৰক্ষণ কৰিব লাগিব, তিৱা জনজাতিৰ লোকসকলক আগবঢ়াই লৈ যাবলৈ জাতি-মাটি-ভেটি ৰক্ষাৰ শ্ল’গানেৰে শাসনভাৰ লোৱা বিজেপি চৰকাৰে ব্যৱস্থা গ্রহণ কৰিব লাগিব। জোনবিলৰ ঐতিহ্য আৰু ইতিহাস বিশ্ববাসীৰ আগত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা চলাবলৈ লাগিব বুলি আছুৰ কেন্দ্রীয় সভাপতি শর্মাই ভাষণত কয়।

jomnbeelইপিনে, নিশাৰ ভাগত অনুষ্ঠিত হয় পাহাৰ-ভৈয়ামৰ সাংস্কৃতিক অনুষ্ঠান। জোনবিলৰ পাৰত ৰজা দীপচিং দেওৰজাৰ সৈতেবিষয়া-পাৰিষদ বর্গই খালে ভোজ-ভাত দিনৰ ভাগতেই গোভা ৰজাই প্রাচীনতম বিল জোনবিলৰ পাৰত বহি ভোজভাত খালে ৰজা দীপচিং দেওৰজাৰ লগতে ৫১গৰাকী বিষয়া-পাৰিষদে বৰগৰখীয়া-পুনাকণ মালৈ, কীৰ্ত্তন মালয়, জোন হুকাইকে ধৰি কেইবাগৰাকী গৰংখুচীয়া পদাধিকাৰীক মুঠ ৫১ জন পাৰিষদবর্গই। জোনবিল মেলাৰ ৰাজ-দৰবাৰত অংশ ল’ব ১৯গৰাকীকৈ তিৱা ৰজাই ১৬শ শতিকাৰ প্রাচীন গোভা ৰাজ্যৰ জোনবিল মেলাত এইবেলি কাইলৈ অংশ ল’ব মধ্য অসমৰ ১৯জন তিৱা ৰজাই।

মধ্য অসমৰ এই ১৯ গৰাকী তিৱা ৰজাক জোনবিল মেলাত অসম চৰকাৰৰ কেবিনেট মন্ত্রী পীযূষ হাজৰিকাই ৰাজভাট্টা প্রদান কৰিব।

জোনবিল মেলাত জিলিকিব বিনিময় প্রথা: এদিনৰ বাবে অচল হ’ব মুদ্ৰাৰ প্ৰচলন আধুনিক মুদ্রা প্রচলনে লুপ্ত কৰি পেলোৱা ১৪ শতিকাৰ বিনিময় প্রথা পুনৰ বাৰ কাইলে জিলিকি উঠিব গোভা ৰাজ্যৰ এই জোনবিল মেলাত। পাহাৰীয়া এই লোকসকলে এই মেলালৈ আহি নিজে পাহাৰত উৎপাদন কৰা কচু, আলু, আদা, হালধি, জালুক, জলকীয়া, কোমোৰা, গন্ধক আৰু শুকানমাছ আদি সামগ্ৰীৰে ভৈয়ামৰ লোকসকলৰ উৎপাদিত লাৰু, পিঠা, সান্দহ, পিঠাগুড়ি আদি বিনিময় কৰিব।

আজি পুৱতি নিশাই জোনবিল মেলাত বিনিময় প্রথা পর্ব মুকলি কৰিব মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে। এই বিনিময় প্রথা পর্বত বিশিষ্ট অতিথি হিচাপে তিবা স্বায়ত্ব পৰিষদৰ মুখ্য কার্যবাহী সদস্য – জীৱন চন্দ্ৰ কোঁৱৰে অংশ গ্রহণ কৰিব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Gobha RajaJagiroadJonbeel Mela
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d