Mobile Thief Arrested:গুৱাহাটী ৰে’ল ষ্টেচনত গভাইত ম’বাইল চোৰ আটক

mobil thief

Mobile Thief Arrested:

গুৱাহাটী ৰে’ল ষ্টেচনত গভাইত ম’বাইল চোৰ আটক ৷ গুৱাহাটী ৰে’ল আৰক্ষীয়ে বিশেষ সূত্ৰৰ পমখেদি কামৰূপ এক্সপ্ৰেছত অৰ্তকিতে অভিযান চলাই এটা গভাইত ম’বাইল চোৰক আটক কৰিবলৈ সক্ষম হয় ৷ ধৃত চোৰটোৰ নাম মহম্মদ মুক্তাৰ শ্বেখ ৷

আটকাধীন চোৰটোৱে নিজৰ পোছাকৰ তলত বান্ধি আনিছিল ২১টাকৈ মোবাইল। সন্দেহ কৰা মতে, চোৰটোৱে ৰে’ল যাত্ৰীৰ পৰা চোৰ কৰি আনিছিল জব্দকৃত ম’বাইল সমূহ ৷

Exit mobile version