Bokajan Burmese Supari seized:বোকাজানৰ দিলাইত বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰি জব্দ

WhatsApp Image 2024 01 23 at 3.24.52 PM

Bokajan Burmese Supari seized:

বোকাজান মহকুমাৰ অন্তৰ্গত ডিলাই আৰক্ষীৰ নিয়মীয়া তালাচীত আজি ডিমাপুৰৰ পৰা নগাঁও অভিমুখী AS 01/MC/7319 নম্বৰৰ এখন মালবাহী ট্ৰাকৰ গোপন কক্ষত প্ৰায় 1600 কেজি বাৰ্মিজ চুপাৰি জব্দ কৰাৰ লগতে ট্ৰাক চালক হোজাই নীলবাগানৰ মহম্মদ আব্দুল বাৰিক আৰু হাওৰাঘাটৰ হেন্দিমেন শিৱ গোৱালাক আটক কৰি আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।

ADVERTISEMENT

 জব্দকৃত চুপাৰি খিনিৰ বজাৰ মূল্য প্ৰায় ৫ লাখ টকা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

Exit mobile version