Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Indo-Bangla Border:ভাৰত-বাংলাদেশ সীমান্তৰ চাহাদ গণত মহানগৰ আৰক্ষীৰ অভিযানত বৃহৎ চুৰি চক্ৰৰ ঘাটি উৎখাত

    Bongaigaon:বঙাইগাঁও জংচনত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ ৩ শিশু, ৪ মহিলা সহ ১৩ জন লোকক

    চীনত বিশ্বৰ ভিতৰতে সৰ্বাধিক ৬৬.৪ কোটি লোক পৰোক্ষ ধূমপানৰ দ্বাৰা প্ৰভাৱিত হৈছে

    Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ

    Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ

    Insurance of livestock:ৰাজ্যত প্ৰথমবাৰৰ বাবে হ’ব পশুধনৰ বীমা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে পুঁজি

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

APSC SCAM Update:উত্তৰবহীত নিজে একো নিলিখাকৈয়ে চাকৰি লোৱা বিষয়াৰ পিতৃক জেৰা

পুনৰ তিনি ৰাজপত্ৰিত বিষয়াক জেৰা, উত্তীর্ণ নোহোৱাকৈয়ে এচিএছ হৈছিল হিতেশ মজুমদাৰ, কে'বাজনো অভিযুক্তক তলব

publisher by publisher
December 30, 2023
in Assam, India, News
Reading Time: 2 mins read
0
SIT Summons APS officers:পুনৰ ২ ৰাজপত্ৰিত বিষয়াক তলব এছ আই টিৰ
2
SHARES
19
VIEWS
ShareShareShareShare

RelatedPosts

Sivsagar:মানসজ্যোতি চেতিয়াৰ ৰহস্যজনক মৃত্যুৰ তদন্তৰ বাবে গঠন হ’ল এছআইটি

Cyber Fraud & Illegal SIM Racket:চাইবাৰ আৰক্ষীৰ জালত পাঁচ কুখ্যাত চাইবাৰ অপৰাধী

Chargesheet:শুকুৰবাৰে দাখিল হ’ব জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ চাৰ্জশ্বীট

APSC SCAM Update:

অসম লোকসেৱা আয়োগ (এপিএছচি)ত বক্ৰপথৰে চাকৰি সংগ্ৰহ কৰি গ্ৰেপ্তাৰ হোৱা বিষয়াৰ পিতৃও বিশেষ তদন্তকাৰী গোট (এছ আই টি)ৰ জেৰাৰ সন্মুখীন হয়। ইয়াৰ লগতে আন তিনিজন বক্রপথৰে জালিয়াতিত লিপ্ত বিষয়াকো জেৰা কৰা হয়।

ADVERTISEMENT

ইপিনে এছআইটিয়ে আন কে’বাজনো বিষয়াক তলৱ কৰে। ধৃত নিয়োগ বিষয়া ৰাকেশ দাসৰ পিতৃ ভগৱান দাসক জেৰা কৰে এছ আই টিয়ে। ৰাকেশ দাসে ইতিমধ্যে ৰাজহুৱাভাৱে স্বীকাৰ কৰিছে যে তেওঁ উত্তৰবহীত একো লিখাই নাছিল।

ইয়াৰ পৰৱৰ্তী সময়ত তদন্তত ওলাই পৰে যে ৰাকেশ দাসৰ পিতৃ ভগৱান দাস আৰু এপিএছচিৰ নিলম্বিত অধ্যক্ষ ৰাকেশ পালৰ মাজত যোগাযোগ আছিল।

দুয়ো অনুকূল ঠাকুৰৰ অনুগামী হিচাপে মহানগৰীৰ ভঙাগড়স্থিত সৎসংগ বিহাৰত সঘনে লগ পাইছিল। সেই সূত্রে ভগৱান দাসে বৃহৎ ধনৰ বিনিময়ত পুত্ৰৰ বাবে ৰাকেশ পালৰ জৰিয়তে একপ্ৰকাৰ এপিএছচিৰ চাকৰি ক্ৰয় কৰিছিল। এই অভিযোগৰ পৰিপ্ৰেক্ষিততে আজি ভগৱান দাসক জেৰা কৰা হয়।

ইপিনে, জেৰা কৰা ৰাজপত্রিত বিষয়াকেইজন হ’ল অসম অসামৰিক সেৱাৰ বিষয়া তথা অতিৰিক্ত জিলা আয়ুক্ত হিতেশ মজুমদাৰ, নিয়োগ বিষয়া গীতাৰ্থ বৰুৱা আৰু সমবায় বিভাগৰ সহকাৰী পঞ্জীয়ক বিকাশ শর্মা।

হিতেশ মজুমদাৰে পৰীক্ষাত উত্তীর্ণই হোৱা নাছিল। ফলত মজুমদাৰক প্ৰশাসনিক সেৱাৰ বিষয়া কৰাৰ বাবে ৰাকেশ পালে তেওঁৰ উত্তৰবহীত অভাৱনীয়ভাৱে নম্বৰ বৃদ্ধি কৰিছিল।

উদাহৰণ স্বৰূপে সাধাৰণ জ্ঞানত ১১৫ৰ পৰা ২০৫লৈ, ইংৰাজীত ৫৯ৰ পৰা ১৬০ লৈ, সমাজতত্ত্বৰ প্ৰথম কাকতত ৮৬ৰ পৰা ১১৭লৈ আৰু দ্বিতীয় কাকতত ৪৯ৰ পৰা ১১৯লৈ নম্বৰ বৃদ্ধি কৰা হৈছিল।

উল্লেখ্য যে ৰাকেশ পালৰ ঘৰত তালাচী চলোৱাৰ সময়ত নখন টেবুলেছন শ্বীট উদ্ধাৰ হৈছিল আৰু তাৰে এখন আছিল হিতেশ মজুমদাৰৰ।

গীতাৰ্থ বৰুৱাৰো তিনিখন উত্তৰবহীৰ ভিতৰত অৰ্থনীতিৰ প্ৰথম আৰু দ্বিতীয় আৰু একাউটেন্সীত নম্বৰ বঢ়াই নিয়োগ বিষয়াৰূপে সংস্থাপিত কৰা হৈছিল। বিকাশ শৰ্মাৰ প্ৰতিখন কাকততে নম্বৰ বৃদ্ধি কৰা হৈছিল বুলি অভিযোগ উত্থাপিত হৈছিল।

ইপিনে, আজি এচ আই টিয়ে অনলজ্যোতি দাস, ধ্রুৱজ্যোতি হাতীবৰুৱা, কুলপ্রদীপ ভট্টাচার্য, বিক্রমাদিত্য বৰা, সৌৰভ প্রাণ শৰ্মা, জগদীশ ব্রহ্ম আদিকে ধৰি বক্রপথৰে চাকৰি লোৱা কে’বাজনো বিষয়াক ভাগে ভাগে তলব কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: APSC SCAM UpdateCIDSIT
publisher

publisher

Related Posts

Indo-Bangla Border:ভাৰত-বাংলাদেশ সীমান্তৰ চাহাদ গণত মহানগৰ আৰক্ষীৰ অভিযানত বৃহৎ চুৰি চক্ৰৰ ঘাটি উৎখাত
Assam

September 9, 2026
Bongaigaon:বঙাইগাঁও জংচনত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ ৩ শিশু, ৪ মহিলা সহ ১৩ জন লোকক
Assam

Bongaigaon:বঙাইগাঁও জংচনত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ ৩ শিশু, ৪ মহিলা সহ ১৩ জন লোকক

September 9, 2026
চীনত বিশ্বৰ ভিতৰতে সৰ্বাধিক ৬৬.৪ কোটি লোক পৰোক্ষ ধূমপানৰ দ্বাৰা প্ৰভাৱিত হৈছে
India

চীনত বিশ্বৰ ভিতৰতে সৰ্বাধিক ৬৬.৪ কোটি লোক পৰোক্ষ ধূমপানৰ দ্বাৰা প্ৰভাৱিত হৈছে

September 9, 2026
Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ
Assam

Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ

September 9, 2026
Insurance of livestock:ৰাজ্যত প্ৰথমবাৰৰ বাবে হ’ব পশুধনৰ বীমা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে পুঁজি
Assam

Insurance of livestock:ৰাজ্যত প্ৰথমবাৰৰ বাবে হ’ব পশুধনৰ বীমা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে পুঁজি

September 9, 2026
আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী
News

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d