Financial Scam in Sonari Municipality Board:সোণাৰি পৌৰসভাত ভয়ংকৰ বিত্তীয় কেলেংকাৰি

৩৬ লাখ টকা আত্মসাতৰ অভিযোগ কৰ সংগ্ৰাহক শান্তনু শেখৰ সেনগুপ্তাৰ বিৰুদ্ধে, আত্মগোপন সেনগুপ্তাৰ

sengupta

Financial Scam in Sonari Municipality Board:

সোণাৰি পৌৰসভাত সংঘটিত ভয়ংকৰ বিত্তীয় কেলেংকাৰিপৌৰসভাত কৰ সংগ্ৰাহক ৰূপে নিয়োজিত থকা শান্তনু শেখৰ সেনগুপ্তাৰ বিৰুদ্ধে বৃহৎ পৰিমাণৰ ধন আত্মসাতৰ অভিযোগ ৷

প্ৰায় ৩৬ লাখ টকা আত্মসাৎ কৰি শেহতীয়াকৈ আত্মগোপন কৰ সংগ্ৰাহক শান্তনু শেখৰ সেনগুপ্তাৰ ৷
উল্লেখ্য যে,সোণাৰি পৌৰসভাত শেহতীয়াকৈ সংশ্লিষ্ট হিচাপ পৰীক্ষকে হিচাপ পৰিক্ষণৰ সময়তে পোহৰলৈ আহে ধন আত্মসাতৰ ভয়ংকৰ তথ্য ৷

ইতিমধ্যে পৌৰসভা কৰ্তৃপক্ষই আত্মগোপন হৈ থকা কৰ সংগ্ৰাহক শান্তনু শেখৰ সেনগুপ্তাৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত লৈছে ৷

Exit mobile version