SCERT SCAM:
বহুচৰ্চিত SCERT ১০৫ টকা কোটি কেলেংকাৰিত অভিযুক্ত নিলম্বিত আএএছ বিষয়া শেৱালী দেৱী শৰ্মাৰ জামিন নাকচ ৷
ADVERTISEMENT
মঙলবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন আবেদন নাকচ কৰে ।
উল্লেখ্য যে, আয় বহিঃৰ্ভূতভাৱে সম্পত্তি আহৰণৰ গোচৰত গ্ৰেপ্তাৰ হৈছিল নিলম্বিত আএএছ বিষয়া শেৱালী দেৱী শৰ্মা ৷ বৰ্তমান শেৱালী দেৱী শৰ্মা আছে কাৰাগাৰত ৷