Horoscope: দিনটোৰ ৰাশিফল

horoscope

Horoscope: দিনটোৰ ৰাশিফল

মেষ : চাকৰিয়ালসকলৰ দিনটো শুভ। প্রেমত ভুল বুজাবুজি। বিদ্যার্থীৰ মাধ্যম। শুভ ৰং নীলা।

বৃষ: ৰাজনৈতিক ক্ষেত্ৰত জড়িতসকলৰ মানসিক অশান্তি সৃষ্টি হ’ব। প্রেমত শুভ। শুভ ৰং ৰঙা।

মিথুন: ব্যৱসায়ত সমস্যা দেখা দিব। বিদ্যাৰ্থীসকলৰ মাধ্যম। ভ্রমণত শুভ। শুভ ৰং হালধীয়া।

কর্কট: বেয়া মহিলাৰ পৰা সাৱধান; বদনাম হ’ব পাৰে। হৃদৰোগীসকলে সাবধান হ’ব। দূৰ ভ্ৰমণ নকৰিব। শুভ ৰং বগা।

সিংহ: চাকৰিয়ালসকলে সাৱধান হ’ব; মতবিৰোধ হ’ব পাৰে। প্ৰেমত মোটামোটি। শুভ ৰং নীলা।

কন্যা: ব্যৱসায়ত সমস্যা থাকিলেও দিনটো বেয়া নহয়। পুৰণা বন্ধুৰ লগত লগ পোৱাৰ সম্ভাৱনা। প্ৰেমত শুভ। শুভ ৰং সেউজীয়া।

তুলা: খৰচ বৃদ্ধি হোৱাৰ সম্ভাৱনা। প্ৰেমত সুখৰ। মাতৃৰ শৰীৰক লৈ চিন্তা। বিদ্যার্থীৰ শুভ। শুভ ৰং মাখন।

বৃশ্চিক: বন্ধুৰ পৰা সহায় পাব। কিবা মূল্যবান বস্তু ঘূৰাই পাব। সন্তানৰ বাবে চিন্তিত হ’ব। শুভ ৰং গেৰুৱা।

ধনু: পৰিয়ালৰ ক্ষেত্ৰত শুভ। সন্তানৰ কাৰণে চিন্তা থাকিব। প্ৰেমত চিন্তা। শুভ ৰং মাখন।

মকৰ: দিনটো শুভ। সুখ-শান্তি বৃদ্ধি পাব। বিদ্যাৰ্থীৰ পঢ়াত মনোযোগ দিয়া ভাল। প্রেমত সুখ। শুভ ৰং মেৰুণ।

কুম্ভ: বিভিন্ন ধৰণৰ দুৰ্ঘটনা হোৱা সম্ভাবনা। শত্রুব বৃদ্ধি। দূৰ ভ্ৰমণ নকরিব। প্ৰেমত শুভ। শুভ ৰং ৰঙা।

মীন: কোনো সংবাদে মনটোত শান্তি দিব। শিক্ষাৰ ক্ষেত্ৰত অশুভ। প্রেমত শুভ। শুভ ৰং ক’লা।

Exit mobile version