Professor Nani Gopal Mohanta Resigns From The Post of Education Advisor:শিক্ষা উপদেষ্টা পদৰ পৰা অব্যাহতি অধ্যাপক ননী গোপাল মহন্তৰ

গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰৱৰ্তী উপাচার্য হোৱাৰ সম্ভাৱনা !

nanigopal mahanta

Professor Nani Gopal Mohanta Resigns From The Post of Education Advisor:

অধ্যাপক ননী গোপাল মহন্তই অসম চৰকাৰৰ শিক্ষা উপদেষ্টা পদৰ পৰা অব্যাহতি লয়। বিগত ২০২১ত অসম চৰকাৰে তেওঁক এই পদত নিযুক্তি দিছিল। এই পদত কাৰ্যনিৰ্বাহকৰ পূর্বে তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপকৰূপে কর্মৰত আছিল।

ADVERTISEMENT

সৰ্বত্ৰে চর্চা অনুসৰি, অব্যাহতি লৈ অধ্যাপক মহন্ত পুনৰ তেওঁৰ পূর্বৰ বৃত্তিলৈ উভতি যাব বিচাৰিছে। চর্চা এইদৰেও হৈছে যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ তেওঁ হ’ব পাৰে পৰৱৰ্তী উপাচার্য

আকৌ চর্চা এনেদৰেও হৈছে যে শিক্ষা উপদেষ্টা পদৰ পৰা অব্যাহতি লৈ তেওঁ নিৰ্বাচনৰ ৰাজনীতিত অবতীর্ণ হ’ব। অৱশ্যে ড: মহন্তই তেওঁৰ স্থিতি অদ্যাপি ৰাজহুৱা
কৰা নাই ৷

Exit mobile version