Tinsukia Incident : তিনিচুকীয়াত গুলীবিদ্ধ আৰক্ষী জোৱান

নিজৰ ছাৰ্ভিচ ৰাইফলৰ পৰা ওলাই যোৱা গুলীয়ে ভৰিত আঘাত কৰে জোৱানৰ, ডিব্ৰুগড়ৰ এএম চিএইছত ভৰ্তি ডিএচপিৰ গুলীবিদ্ধ দেহৰক্ষীক

sp office

Tinsukia Incident :

তিনিচুকীয়াত গুলীবিদ্ধ অসম আৰক্ষীৰ জোৱান ৷ জিলা খনৰ উপ- আৰক্ষী অধীক্ষক (সীমান্ত )বিনন্দ বসুমতাৰীৰ দেহৰক্ষীজনৰ নিজৰ ছাৰ্ভিচ ৰাইফলৰ পৰা অকস্মাৎ ওলাই যোৱা গুলীয়ে ভৰিত আঘাত কৰে জোৱানজনৰ ৷ ফলত ভৰিত গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত জোৱানজনক ততাতৈয়াকৈ ডিব্ৰুগড়ৰ এএমচিএইছত ভৰ্তি কৰা হৈছে ৷

Exit mobile version