Yaba Tablets With Two Paddler Arrested In Guwahati:গুৱাহাটী ৰে’ল আৰক্ষীৰ অভিযানত জব্দ ৩০,২৬৯টা য়াৱা টেবলেট

এগৰাকী মহিলা সহ দুই সৰবৰাহকাৰীক আটক

yaba 1

Yaba Tablets With Two Paddler Arrested In Guwahati:

গুৱাহাটী ৰে’ল আৰক্ষীৰ অভিযানত জব্দ বুজন পৰিমাণৰ য়াবা টেবলেট ৷ আটক দুই সৰবৰাহকাৰী ৷

মঙলবাৰে পুৱা গুৱাহাটী ৰে’ল আৰক্ষীৰ এটা দলে গোপন খবৰৰ ভিত্তিত গুৱাহাটী ৰে’ল ষ্টেচনৰ তিনি নং প্লেটফৰ্মত ৰৈ থকা ১৪০৩৭ ডি এন চম্পক ক্ৰান্তি এক্সপ্ৰেছৰ এম ফৰ যাত্ৰীবাহী ডবাটোত অৰ্তকিতে অভিযান চলাই প্ৰায় ৩০,২৬৯টা য়াৱা টেবলেট জব্দ কৰিবলৈ সক্ষম হয় ৷

১৬ টা বান্দোলত ১৫২পেকেটত উল্লিখিত পৰিমাণৰ য়াবা টেবলেট খিনি সৰবৰাহ

 

য়াৱা টেবলেট খিনি সৰবৰাহ কৰা দুই সৰবৰাহকাৰী হাকিম মণ্ডল আৰু তেওঁৰ পত্নী ইয়াণ বিবিক গ্ৰেপ্তাৰ কৰে ৷ দুয়োৰে ঘৰ কোঁচ বিহাৰৰ জাকুটিত ৷

Exit mobile version