Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    তিনি শতাধিক পৰিয়াল জলমগ্ন, পানী নিষ্কাসনৰ দাবীত পানীত নামি প্রতিবাদ

    বদৰুদ্দিনৰ জৰা-ফুকাৰ ৰাজনীতি এতিয়া আৰু নচলে : নির্বাচনী সভাত অতুল বৰা

    জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে ন্যায়িক তদন্ত বিচাৰি ন্যায়ালয়ত পিআইএল

    জ্ঞানেশৰ পদত্যাগৰ দাবীত উত্তাল দেশ

    জ্ঞানেশৰ পদত্যাগৰ দাবীত উত্তাল দেশ

    এছিয়ান গেমছত ভাৰতৰ তৃতীয়টো স্বৰ্ণ জয়

    এছিয়ান গেমছত ভাৰতৰ তৃতীয়টো স্বৰ্ণ জয়

    পাঁচমহীয়া শাসনত দশমবাৰলৈ ঋণ ল’ব হিমন্ত বিশ্ব চৰকাৰে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

OTT Platform : এইবাৰ OTT প্লেটফৰ্মত চেন্সৰ বোৰ্ড ? ‘ অশ্লীলতা নচলিব ‘, কঠোৰ বাৰ্তা কেন্দ্ৰীয় মন্ত্ৰীৰ

publisher by publisher
March 20, 2023
in India, News
Reading Time: 2 mins read
0
OTT Platform : এইবাৰ OTT প্লেটফৰ্মত চেন্সৰ বোৰ্ড ? ‘ অশ্লীলতা নচলিব ‘, কঠোৰ বাৰ্তা কেন্দ্ৰীয় মন্ত্ৰীৰ
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

অশ্লীল বিষয়বস্তু প্ৰচাৰৰ অভিযোগত পাঁচটা অ’টিটি প্লেটফৰ্ম নিষিদ্ধ

গুগল ক্ৰ’মৰ বিষয়ে সতৰ্কবাণী প্ৰদান কৰিছে কেন্দ্ৰই ! সচেতন হওক আৰু সাৱধান হওক

অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

OTT Platform :

“সৃষ্টিশীলতাৰ নামত অশ্লীলতাক নচলিব ।” অ’টিটি প্লেটফৰ্মৰ বিষয়বস্তু সন্দৰ্ভত মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰৰ। প্ৰয়োজন হ’লে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও তেওঁ স্পষ্ট কৰি দিয়ে ।

ADVERTISEMENT

অৱশ্যে এইবাৰ অ’টিটি প্লেটফৰ্মৰ বিষয়বস্তু কৰ্তন কৰিব নেকি চেঞ্চৰ বোৰ্ডে ? কৰ’না কালত দীৰ্ঘদিন ধৰি মানুহবোৰ কাৰ্যত গৃহবন্দী হৈ আছিল ।

क्रिएटिविटी के नाम पर गाली गलौज, असभ्यता बर्दाश्त नहीं की जा सकती।

ओटीटी पर बढ़ते अश्लील कंटेंट की शिकायत पर सरकार गंभीर है।अगर इसको लेकर नियमों में कोई बदलाव करने की ज़रूरत पड़ी तो @MIB_India उस दिशा में भी पीछे नहीं हटेगा। अश्लीलता, गाली गलौज रोकने के लिए कड़ी कार्यवाई करेगा। pic.twitter.com/6pOL66s88L

— Anurag Thakur (मोदी का परिवार) (@ianuragthakur) March 19, 2023

ফলস্বৰূপে, বহুলোকে ঘৰত মনোৰঞ্জনৰ বাবে অ’টিটি প্লেটফৰ্ম বাছনি লৈছিল । বৰ্তমান, ভাৰতত ৪৩ মিলিয়ন লোকে অ’টিটি প্লেটফৰ্ম ব্যৱহাৰ কৰে।

দিনটোত এক নিৰ্দিষ্ট পৰিমাণৰ সময় তেওঁলোকে ইয়াত ব্যয় কৰে। ২০২৩ চনৰ শেষলৈ, সংখ্যাটো ৫/ মিলিয়ন অতিক্ৰম হোৱাৰ আশংকা আছে।

কিন্তু অ’টিটি প্লেটফৰ্মৰ এটা সমস্যা হ’ল বেছিভাগ বিষয়বস্তুয়েই আপত্তিজনক ভাষা ব্যৱহাৰ কৰে আৰু অশ্লীলতা প্ৰদৰ্শন কৰে। যিটো লৈ বহুবাৰ আপত্তি জনাইছে অ’টিটি প্লেটফৰ্মৰ দৰ্শকৰ এটা অংশই।

সেই বিষয়ে মুখ খুলিলে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰে ।তেওঁ কয়, “সৃজনশীলতাৰ নামত অশালীনতা কেতিয়াও গ্ৰহণ কৰা নহ’ব। চৰকাৰে অ’টিটি প্লেটফৰ্মৰ বিষয়ে সকলো অভিযোগ গুৰুত্বসহকাৰে লৈছে। তেনে ক্ষেত্ৰত যদি প্ৰয়োজন হয়, নিয়মবোৰো সলনি হ’ব পাৰে। “

https://help.twitter.com/en/twitter-for-websites-ads-info-and-privacy

অনুৰাগ ঠাকুৰে কয়, “সৃষ্টিশীলতাৰ বাবে স্বাধীনতা দিয়া হৈছে, অশালীনতাৰ বাবে নহয়। যদি কোনোবাই সীমা অতিক্ৰম কৰে, সৃষ্টিশীলতাৰ নামত ই কেতিয়াও গ্ৰহণযোগ্য নহ’ব। “

প্ৰসংগত , অ’টিটি প্লেটফৰ্মত চিনেমা , ৱেব ছিৰিজৰ বিষয়ে অভিযোগ এইয়ে প্ৰথম নহয় । পূৰ্বতেই, ঘটনাটো আদালতলৈ গৈছিল। আপত্তিজনক ভাষা আৰু অশালীনতা বন্ধ কৰিবলৈ কেন্দ্ৰক পদক্ষেপ দিছিল আদালতে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: OTTTech News
publisher

publisher

Related Posts

তিনি শতাধিক পৰিয়াল জলমগ্ন, পানী নিষ্কাসনৰ দাবীত পানীত নামি প্রতিবাদ
Assam

September 26, 2026
বদৰুদ্দিনৰ জৰা-ফুকাৰ ৰাজনীতি এতিয়া আৰু নচলে : নির্বাচনী সভাত অতুল বৰা
Assam

বদৰুদ্দিনৰ জৰা-ফুকাৰ ৰাজনীতি এতিয়া আৰু নচলে : নির্বাচনী সভাত অতুল বৰা

September 26, 2026
জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে ন্যায়িক তদন্ত বিচাৰি ন্যায়ালয়ত পিআইএল
India

জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে ন্যায়িক তদন্ত বিচাৰি ন্যায়ালয়ত পিআইএল

September 26, 2026
জ্ঞানেশৰ পদত্যাগৰ দাবীত উত্তাল দেশ
India

জ্ঞানেশৰ পদত্যাগৰ দাবীত উত্তাল দেশ

September 26, 2026
এছিয়ান গেমছত ভাৰতৰ তৃতীয়টো স্বৰ্ণ জয়
News

এছিয়ান গেমছত ভাৰতৰ তৃতীয়টো স্বৰ্ণ জয়

September 26, 2026
পাঁচমহীয়া শাসনত দশমবাৰলৈ ঋণ ল’ব হিমন্ত বিশ্ব চৰকাৰে
Assam

পাঁচমহীয়া শাসনত দশমবাৰলৈ ঋণ ল’ব হিমন্ত বিশ্ব চৰকাৰে

September 26, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d