Kaziranga National Park:কাজিৰঙা অভয়াৰণ্যত হাতী গণনা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত

দুদিনৰ বাবে বন্ধ থাকিব হাতী ছাফাৰী

elephan tcensus

Kaziranga National Park:

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত দুদিনৰ বাবে বন্ধ থাকিব হাতী চাফাৰী ৷

ইতিমধ্যে অভয়াৰণ্য কৰ্তৃপক্ষই এই সম্পকীয় নিৰ্দেশনা জাৰি কৰিছে ৷

অভয়াৰণ্য খনত ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত হ’ব হাতী গণনা

Exit mobile version